পৃষ্ঠা:Su swasthyar aadhar.pdf/২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰােগ প্রতিবােধ আৰু স্বাস্থ্য ৰক্ষাত আয়ুর্বেদত উল্লেখিত বিভিন্ন নীতি-নিয়ম তথা উপদেশ

আয়ুর্বেদৰসংজ্ঞা ঃ

আয়ুর্বেদ হ’ল মানুহৰ হিত আৰু অহিতৰ স্থান সুখ-দুখতকৈ আগত উল্লেখ অহিতৰ লগতে নিজৰ সুখ-দুখ আৰু কৰিছে কিয়নাে মানুহৰ ব্যক্তি আৰু শাৰীৰিক সুস্থতা আৰু অসুস্থতাৰ বিষয়ে সামাজিক স্বাস্থ্যৰ ওপৰত আয়ুর্বেদিক আলােচনা কৰা এক বিশেষ বিজ্ঞান। চিকিৎসা বিজ্ঞানেও অধিক গুৰুত্ব আৰােপ আয়ুর্বেদৰ সংজ্ঞাত হিত-অহিত আৰু কৰিছে। সুখ-দুখৰ উল্লেখ তাৎপর্যপূর্ণ। হিতাহিতং সুখং দুঃখমায়ুস্তস্য হিতাহিত। মানং চ চ য়ত্রোত্তমায়ুর্বের্দঃ স Thcoll(Charak, Sutra, 1/41) ব্যক্তি, পৰিয়াল আৰু তাৰ পৰা সমাজৰ উন্নতি কল্পে তথা মানুহৰ স্বাস্থ্যৰ লগতে সামাজিক বিকাশৰ বাবে কর্ম ভাৱনা আদিক হিতকৰ হিচাপে অভিহিত কৰা হৈছে। ইয়াৰ বিপৰীতে ব্যক্তি, পৰিয়াল আৰু সমাজৰ ক্ষতিৰ কাৰকসমূহ অহিতকৰ বুলি কৈছে। সুখ আৰু দুখ হ’ল ব্যক্তিগত

অনুভৱ। আয়ুর্বেদৰ সংজ্ঞাত হিত-