পৃষ্ঠা:Su swasthyar aadhar.pdf/২৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইত্যাদি কোনাে সম্পর্ক নাই। কিন্তু ঔষধ আৰু আন বস্তু খােৱাৰ সময়ৰ মাজত কিছু ব্যৱধান ৰাখিব পাৰিলে ভাল। হােমিঅ'পেথিক ঔষধসমূহে চিগাৰেট, বিড়ি, চা, কফি বা তামােল পাণ আদি খােৱা মানুহৰ ওপৰত একেই কাম কৰে। অৱশ্যে কিছুমান নির্দিষ্ট ঔষধৰ লগত ক্রিয়া ঘটিব পৰা খাদ্য দ্রব্য পৰিহাৰ কৰিব লাগে। এই ক্ষেত্ৰত ৰােৰাগীগৰাকীয়ে অক্ষিজ্ঞ হােমিঅ'পেথিক চিকিৎসকৰ পৰামর্শ লােৱা উচিত। কৰি প্ৰয়ােগ কৰা হয়, সেয়ে হােমিঅ'পেথিক ঔষধৰ কোনাে জনা পার্শ্বক্রিয়া দেখা নাযায়। কিন্তু সকলাে ক্ৰিয়াৰে যিহেতু এক বিপৰীত মুখী প্রতিক্রিয়া থাকে সেয়ে হােমিঅ'পেথিক ঔষধসমূহাে চিকিৎসকৰ পৰামর্শ অনুযায়ী নাখায় নিজাববীয়াকৈ খালে ৰােগটো আৰুঅধিক বৃদ্ধি হৈকষ্ট ভােগ কৰিবলগা হ'ব পাৰে। সেইদৰে কিছুমান মাদাৰ টিংচাৰ যদি বেছিকৈ খােৱা হয় ইয়াৰ প্ৰতিক্রিয়াও হ'ব পাৰে। ৪। হােমিঅ'পেথিক ঔষধ খালে কোনাে কোনাে ক্ষেত্ৰত প্রথমে ৰােগ বৃদ্ধি হােৱা দেখা যায় ?ইয়াৰকাৰণ কি? হােমিঅ'পেথিক চিকিৎসা সম্পর্কে ভ্রান্ত ধাৰণা দ্রষ্টব্য। ৬। হােমিঅ'পেথিক ঔষধসমূহ হাতেৰে চুব নােৱাৰি নেকি? হােমিঅ'পেথিক ঔষধসমূহ পৰিষ্কাৰ হাতেৰে চুৱাত বাধা নাই। ৫৷ হােমিঅ'পেথিক চিকিৎসাৰ পার্শ্বক্রিয়া আছেনে? কোনাে ঔষধ খােৱাৰ ফলত কোনাে এটা অংগৰ ৰােগ উপশম বা আৰােগ্য কৰি অন্য অংগৰ যদি ক্ষতি কৰে তাক পার্শ্বক্রিয়া বােলে। হােমিঅ'পেথিক ঔষধ সমূহ সুস্থ শৰীৰত হেপৰীক্ষা কৰা হয় আৰু পৰীক্ষা কৰা সময়ত প্রকাশ পােৱা লক্ষণসমুহ কোনাে ৰােগীয়ে তেওঁৰ ৰােগৰ দ্বাৰা প্ৰকাশ কৰা লক্ষণ সমুহৰ লগত সাদৃস্য থাকিলেহে হােমিঅ’পােথিক ফার্মাচীৰ নিয়ম অনুযায়ী অতি সুক্ষ্ম মাত্ৰাত শক্তিকৃত ৭। হােমিঅ'পেথিক চিকিৎসা পদ্ধতি কেৱল শিশুৰ বাবেহে নেকি? চিকিৎসা সম্পর্কে ভ্রান্ত ধাৰণা দ্রষ্টব্য। উল্লেখযােগ্য যে যদি কোনাে এটা শিশুক সৰুৰে পৰাই হােমিঅ'পেথিক চিকিৎসা প্রদান কৰি থকা যায়, ই বেমাৰসমূহ ভাল কৰাৰ লগতে ভৱিষ্যতে শিশুটিৰ দেহৰ প্ৰতিৰােধ ক্ষমতা বঢ়োৱাতাে সহায় কৰে। ৮| সকলােবােৰ হােমিঅ'পেথিক ঔষধ দেখাত একে যেন দেখি কিয়? হােমিঅ’পেথিক ঔষধসমূহ সদায় পৃথক হয় যদিও ঔষধ সমূহ এক প্রক্রিয়াৰ জৰিয়তে তৈয়াৰ কৰা ঔষধীয়