পৃষ্ঠা:Su swasthyar aadhar.pdf/২৫৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এছ এল ই (Systemic Lupus Erythematus) এই ৰােগে আমাৰ শৰীৰৰ ছাল, গাঁঠি, বৃক্ক, মগজু আৰু অন্যান্য অংগৰৰ আক্রমণ কৰে। এই ৰােগ জিনগত, হৰম'নৰ প্ৰভাৱ, পাৰিপাৰ্শ্বিক আৰু কিছুমানঔষধৰ বাবেওহব পাৰে। পুৰুষতকৈ মহিলাসকল এই ৰােগত বেছিকৈ আক্রান্তহয়। এই ৰােগৰ লক্ষণ ব্যক্তি 8) Carcas (Psoriasis): অনুযায়ী বেলেগ বেলেগ হ'ব পাৰে আৰু ছৰিয়েচিচ ছালৰ এবিধ ৰােগ। এই ৰােগত লক্ষণ সমুহ সময়ৰ লগে লগে পৰিবৰ্নহয়। ছালৰ কোষবােৰ অতি সােনকালে বৃদ্ধি হৈ এই ৰােগত হাত আৰু আঙুলিৰ গাঁঠি, আঁঠুৰ ডাঠ, বগা, ৰূপবৰণীয়া বা ৰঙা টাপলিৰ গাঁঠি আদিয়ে আক্রান্ত হৈবিষৰ লগত ফুলি (Patch) দৰে উখহি উঠে। আমাৰ দেহৰ স্ব- উঠে। ছালত বিশেষকৈ গালত পখিলাৰ দৰে অনাক্রমনতাই এই ৰােগৰ মূল কাৰণ যদিও ৰঙা পৰা ৰেচউঠা দেখা যায় আৰুসুৰ্যৰৰশ্মিত বেক্টেৰিয়া বা ভাইৰাছৰ সংক্রমণ, মানসিক বেছি হয়। ইয়াৰ লগতে ভাগৰ, দুর্বলতা, চাপ, পাৰিপাৰ্শ্বিক অৱস্থা যেনে ৰ'দে পােৰা ৰক্তহীনতা, জ্বৰ, মুখৰ ঘাঁ,বুকুৰ বিষ,চুলি সৰা, বা কোনাে ৰাসায়নিক পদার্থই পােৰা, কটা গ্রন্থি ফুলা আদি বহুতাে লক্ষণে দেখা দিয়ে। বা ছালৰ আঘাত, ধুমপান আৰু কিছুমান এই ৰগৰ চিকিৎসা অতি জটিল যদিও ঔষধেও এই ৰােগৰ কাৰক হিচাপে কাম কৰে। হােমিঅ'পেথিক চিকিৎসাৰে চিকিৎসা কৰি যথেষ্ট উন্নতি ঘটাব পৰা যায়। এই ৰােগৰ এই ৰােগত আক্রান্ত হলে ৰােগীৰ চিকিৎসাত ব্যৱহৃত হােৱা কেইটামান ঔষধ ছালবােৰ শুকান হৈফাটি গৈউফিৰ দৰেচকলা হ’ল—এপিচ মেল, আৰ্চেনিক এলবাম, উঠাৰ লগতে তেজো ওলাব পাৰে। ৰােগীৰ বেলাড’না, হাইড্র’ক’টাইল, চিপিয়া, গাত অসহ্য পােৰণিৰ সৈতে খজুৱতি উঠে। কেলকেৰিয়া কার্ব, চিটাচ কেন, চাইলিচিয়া, ৰােগী ভেদে ইয়াৰ লক্ষণ বেলেগে বেলেগে কেলি মিউৰ, চালফাৰ আদি। হ'ব পাৰে। প্রায় বিলাক ৰােগীয়ে সপ্তাহ বা মাহৰ ভিতৰত কিছুদিনৰ বাবে আৰাম পায় যদিও পুনৰ কিছুদিনৰ পিছত নতুনকৈ আৰম্ভ হয়। এই ৰােগত সাধাৰণতে মূৰৰ ছাল, কিলাকুটিৰ গাঁঠি, আঠুৰ গাঁঠি, হাত-ভৰিৰ তলুৱা আদি বেছিকৈ আক্রান্ত হােৱা দেখা যায়। এই ৰােগ আৰােগ্য কৰা অতি জটিল যদিও হােমিঅ’পেথিক চিকিৎসাৰে ক্ৰমে উপশম পােৱাৰ লগতে আৰােগ্য হােৱাও [২৩৩