পৃষ্ঠা:Su swasthyar aadhar.pdf/২৪৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মানসিক ৰােগৰক্ষণ আৰু হােমিঅ'পেথিক চিকিৎসা মানুহ এজনৰ মনৰ আৱেগ, অনুভূতি, কৰিব পৰা যায়। কাৰণ হােমিঅ'পেথিক সংবেদন, চিন্তন, স্মৃতিশক্তি, বােধশক্তি আদি ঔষধসমূহৰ মানসিক স্তৰত তথা স্বভাৱ- বিভিন্ন মানসিক ক্ষমতাবা গুণৰ সমষ্টিবুলিব চৰিত্ৰৰ ওপৰত যথেষ্ট কার্যকাৰিতা গুণ থকা পাৰি। এই মানসিক গুণবােৰৰ বিভিন্ন দেখা যায়। তলত কেইটামান সাধাৰণতে অস্বাভাৱিকতাকে মানসিক ৰোেগ বুলিব দেখা যােৱা। মানসিক ৰােগৰ পাৰি। তদুপৰি প্রায়বােৰ মানসিক ৰােগৰ হােমিঅ'পেথিক বিধান উল্লেখ কৰা হ'ল। কেতবােৰ শাৰীৰিক লক্ষণে দেখা যায়। মানুহ এজনক অক্ষম কৰি তােলা লােগ ১) মনস্তাপ (Mental Stress) সমূহৰ ভিতৰত মানসিক ৰােগক দ্বিতীয় স্থান মানসিক ৰােগসমূহৰ ভিতৰতমনস্তাপ ৰােগেই দিয়া হৈছে। আমাৰ দেশৰ প্রায় ২০% মানুহেই আটাইতকৈ বেছি। এই ৰােগৰ কোনাে স্পষ্ট মানসিক ৰােগৰ দ্বাৰা আক্রান্ত হয় বুলি জনা শাৰীৰিক ভিত্তি নাই আৰু ৰােগীৰ বাস্তৱ জ্ঞান যায়। হােমিঅ'পেথিক চিকিৎসাৰ জনক ডাঃ আৰু অন্তদৃষ্টি অটুট থাকে। এই ৰােগবােৰে চমুৱেল হেনিমেনে অর্গানৰ অৱ মেডিচিন ৰােগীৰ ব্যৱহাৰ পাতিত যথেষ্ট প্রভাৱ পেলাই গ্ৰন্থত মানসিক ৰােগৰ শ্রেণী বিভাজন কৰি যদিও তেওঁৰ ব্যৱহাৰ সামাজিকভাৱে গ্রহণহীন ইয়াৰ চিকিৎসা বিধান দি থৈ গৈছে। হৈনপৰে আৰুব্যক্তিত্বও বিকৃতনহয়।মানসিক হেনিমেনে মানসিক ৰােগী সমূহক শাৰীৰিক চাপৰ সন্মুখীন হলে প্রায়বােৰ লােকেই শাস্তি প্রদানৰ পৰিৱৰ্তে ৰােগী হিচাপে গণ্য সামাজিকভাৱে দুঃচিন্তাগ্রস্থবা বিষন্নহ'ব পাৰে। কৰি উপযুক্ত চিকিৎসা সেৱা আগবঢ়োৱাৰ এনেকুৱা মানসিক ৰােগৰ কেইটামান পৰামর্শ দিছে। তেওঁ দি যােৱা চিকিত্সা হােমিঅ'পেথিক ঔষধ হলনাক্স ভােমিকা, বিধান অনুসৰি হােমিঅ'পেথিক চিকিৎসাৰে ইগ্নেচিয়া, আর্জেন্টাম নাইট্রিকাম, আৰ্চেনিক মানসিক ৰােগৰ চিকিৎসাত সফলতা লাভ এলবাম, পালচেটিলা আদি।