পৃষ্ঠা:Su swasthyar aadhar.pdf/১৮৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উদয়ীবন্ধ, সূর্যীয় মুদ্রা। জ) ধ্যান - স্বাশ-প্রস্রাসৰ অৱচেতনা-২মিনিট। ঝ) যােগ আহাৰ - শাত্রিক খাদ্য যেনে- সজিৱ ফলমূল, শাক-পাচলি, ফল আৰু শাক পাচলিৰ ৰস ইত্যাদি। এ) তলত দিয়া আৰ্হি সমূহ মানি চলা উচিত - প্রতিদিন ৰাতিপুৱা ২ৰ পৰা ৩ কিলােমিটাৰ তীব্র বেগে খােজ কঢ়া, ৰাতি আহাৰ খােৱাৰ পাছত ১ৰ পৰা ২ কিঃমিঃ খােজ কাঢ়িব লাগে। ২। উচ্চ ৰক্তচাপ(Hypertension) চিকিৎসা- ক) ষট ক্রিয়া-জলনেতী, সুত্রনেতি- ১বাৰ খ) প্রার্থনা আৰু ধ্বনী উচ্চাৰণ - ‘অ’, ‘আ’, ‘ই’, ‘ও’, ‘ম’-২বাৰ গ) শিথিলকৰণ ব্যায়ম - একে ঠাইতে ঠিয় হৈ থাকি দৌৰা, ভৰিৰ সৰুগাঁঠিৰ শিথিলকৰণ, আঠুৰ জোৰাৰ শিথিলকৰণ, ককালৰ জোৰাৰ শিথিলকৰণ, পাদ সঞ্চালন, বাহুৰ জোৰাৰ ঘূৰণ-১০ মিনিট। ঘ) যােগ আসন - তাড়াসন, কাটিচক্রাসন, অর্ধহস্তোতাসন,বজ্রাসন, উক্তন মন্দুকাসন, ভূ জাংগাসন, চলাভাষণ, মকৰাসন, পৱনমুক্তাসন, শবাসন, IRT, QRT, DRT. ঙ) প্রাণায়ম - চন্দ্র অনুলম বিলম, নাৰীসুধন, চন্দ্রভেদী, চিথিলী, চিতকাৰী, ভ্ৰামৰী - ২ ১০ মিনিট, এনীমা (৭ দিনত এবাৰ), শাৰীৰিক তথামানসিক শিথলীকৰণ। ছ) ধ্যান-স্বাশ-প্রস্রাসৰ অৱচেতনা-৫মিনিট। জ) যােগ আহাৰ - শাত্রিক খাদ্য যেনে- সজিব ফলমূল, শাক-পাচলি, ফল আৰু শাক পাচলিৰ ৰস ইত্যাদি। ঝ) তলত দিয়া আৰ্হি সমূহ মানি চলা উচিত । প্রতিদিনে তাজা ফল যেনে- আপেল, আনাৰস, অমিতা আদি সেৱন কৰিব লাগে কিয়নাে এই বিলাকত প্ৰচুৰ মাত্ৰাত এন্টিঅক্সিডেন্ট থাকে। আৰু সৰিয়হ তেল, সূৰ্য্যমূখী তেল আৰু চফলা তেলৰ দ্বাৰা তৈয়াৰী খাদ্য খােৱাৰ লগতে মানসিক অশান্তিৰ পৰা বাছি থকা উচিত। SE ৩।মধুমেহ (Diabetes Mellitus) চিকিৎসা - ক) ষট ক্রিয়া-কুঞ্জল -এবাৰ, কপালভাটি-৩০ বাৰ, অগ্নিচাৰ - ২বাৰ,নলী-২বাৰ। খ) প্রার্থনা আৰু ধ্বনী উচ্চাৰণ - ‘অ’, ‘আ’, ‘ই’, ‘ও’, ‘ম’-২বাৰ গ) শিথিলকৰণ ব্যায়ম - একে ঠাইতে ঠিয় হৈ থাকি দৌৰা, ভৰিৰ সৰু গাঁঠিৰ শিথিলকৰণ, আঠুৰ জোৰাৰ শিথিলকৰণ, ককালৰ জোৰাৰ শিথিলকৰণ, পাদ সঞ্চালন, বাহুৰ জোৰাৰ ঘূৰণ-১০ মিনিট। ঘ) সূৰ্য্যনমস্কাৰ -১০ ৰ পৰা ১৫বাৰ। চ) বিশেষযােগ অভ্যাস যােগ নিদ্রা umhna