পৃষ্ঠা:Su swasthyar aadhar.pdf/১৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গৰ্ভাৱস্থাত যােগ অভ্যাস মহিলাসকলৰ গৰ্ভাৱস্থা আৰম্ভ হােৱাৰে পৰা পৰিপাক প্ৰণালীৰ স্বাভাৱিক প্রক্রিয়া আৰু ইয়াৰ সন্তান জন্ম দিয়ালৈ এই সময়ছােৱাক সাধাৰণভাৱে ওখ উপ প্রাণায়ামে অক্সিজেন আহৰণত বিশেষ লােৱা হয় যদিও কিছু বিশেষ সাৱধানতা খাদ্য সহায় কৰে। অভ্যাস আদিত যত্ন ল'বলগীয়া হয়। গৰ্ভৱতী সমগ্ৰ গৰ্ভাৱস্থাত তিনিটাকৈ ত্রিমাসিকত ভাগ মহিলাৰ বাবে খাদ্যৰ আৱশ্যকতা, শাৰিৰীক আৰু কৰা যায়। ভাৰত চৰকাৰে স্বাস্থ্য আৰু পৰিয়াল মানসিক ভাৰসাম্যতা ৰক্ষা কৰি যােৱা পৰিয়ালৰ কল্যাণ মন্ত্ৰালয়ৰ জৰিয়তে গৰ্ভৱতী মাতৃক লােকৰ সহায় আৰ সহযােগিতা আদি ও সহজভাৱে প্ৰসৱ প্ৰক্ৰিয়াত গুৰুত্ব দিছে আৰু ইয়াতে গভিনীজনীক সন্তান জন্ম দিয়াৰ সমগ্ৰ প্রক্রিয়াতে যােগ প্রাণায়াম অভ্যাসক বিশেষ গুৰুত্ব দিছে। সহায় কৰে। গৰ্ভৱতী মহিলাই বিশেষকৈ আগতে উল্লেখ কৰি অহা মতে, গৰ্ভৱতী মাতৃৰ প্রথমবাৰৰ বাবে গর্ভধাৰণ কৰা প্রসুতিৰ বাবে ক্ষেত্ৰত দেখা দিয়া মানসিক উত্তেজনা আদি কমাই। স্থমৰ পৰা শেষলৈ এই মানসিক উদ্বিগ্নতা থাকে। ৰাখি ভােক-পিয়াহ, শৌচ-প্ৰস্ৰাৱ প্রক্রিয়া আদি যাৰ ফলত তােক অনুভৱ, নিয়মিত ভাত-পানী নিয়মিত ভাৱে চলাই নি সন্তানৰ পৰিৱর্ধন স্বাভাৱিক খােৱা, শৌচ-প্রস্রাৱ আদি খােলা হােৱা আদিত ভাৱে ৰাখে যােগ আৰু প্রাণায়ামৰ জৰিয়তে। শাৰিৰীক প্রক্রিয়াৰ কিছু পৰিৱৰ্তন ঘটে যদিও তাক গৰ্ভৱতী মাতৃয়ে স্বাভাৱিকতে ভােক কম, বুকু জ্বলা, নিয়মিত ভাৱে চলাই নিয়াটো অতি প্রয়ােজনীয় মুৰৰ বিষ, কৌষ্ঠ-কাষ্ঠিন্য, অৱসাদ, ককালৰ বিষ, বিষয়, যাৰ বাবে সময়মতে চিকিৎসকৰ পৰামর্শ, কেতিয়াবা অর্শ, উচ্চ ৰক্তচাপ, নিদ্রহীনতা আদি নিয়মিত জিৰণি আৰু স্বাভাৱিক টোপনি আদিয়ে বিসংগতি দেখা যায়। প্রথম ত্রিমাসিকত অর্ধ টিলি সহায় কৰে। যােগ অভ্যাস গৰ্ভৱতী মাতৃৰ বাবে আসন (Half Butterfly) অভ্যাস কৰাটো ভাল। এটি অন্যতম প্রয়ােজনীয় দিশ, যিয়ে মহিলাজনীক ইয়ে স্রোণী শিথিল কৰে। তদুপৰি জ্বানু সন্ধি শিথিল । সাধাৰণ জীৱন-যাপনৰ বাবে এক মাত্রা প্রদান কৰে কৰে আৰু সহজ প্ৰসৱত সহায়ক হয়। ইয়াৰ উপৰি আৰু শাৰিৰীক মানসিক ভাৰসাম্য ৰক্ষা কৰি পূর্ণ টিটুলি আসন (Full Butterfly), সুপ্ত যােৱাত সহায় কৰে। কিছুমান যােগভ্যাসে গৰ্ভৱতী উদৰকসন আসন (sleeping abdomoinal মহিলাৰ মানসিক দিশত শক্তি যােগায়। মাংস strech pose), alsta (Cat strech pose), পেশী, স্নায়ু, সন্ধি, স্রোণী, অন্তঃস্রাৱী গ্রন্থি, কটিচক্রাসন (Waist rotating pose), তদাসন