পৃষ্ঠা:Su swasthyar aadhar.pdf/১৭৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অর্থঃ আমি আমাৰ মনক সদায় সস্থলন কৰি ৰাখিম। যাৰ দ্বাৰা আমাৰ অন্তৰাঝাৰ বিকাশ হয়। প্রতিজ্ঞাবদ্ধ হওঁযে মই মােৰ কৰ্তব্য নিজৰ প্ৰতি, পৰিয়ালৰ প্ৰতি, কৰ্মৰ প্ৰতি সমাজ আৰু বিশ্বৰ প্রতি শান্তি, স্বাস্থ্য আৰু আনন্দৰেবজাইখােআঁহক। সকলােসুখতথাক,সকলােসুস্থ হৈ থাকক, সকলােৰে মঙ্গল হওঁক যাতে কোনােৱে দুখ অনুভৱনকৰক।এইয়েঈশ্বৰৰ ওচৰত প্রার্থনা। শান্তিপাঠঃ ওমসর্বেভৱস্তুসুখিনঃ সর্বেসন্তুনিৰাময়াঃ সর্বেভদ্ৰানিপশ্যন্তু মাকশ্চিদুঃখভাগভবে। ওঁমশান্তিঃ শান্তিঃ শান্তিঃ।।