পৃষ্ঠা:Su swasthyar aadhar.pdf/১৫৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উপকাৰিতাঃ

  • এই অভ্যাসে কান্ধ অঞ্চলৰ মাংসপেশী,

হাড় আৰু স্নায়ুৰসুস্থতাবজাইৰাখে। এই ক্রিয়া চাৰভাইকেল স্পনডাইলাইটিছ আৰু ফ্রোজেন চলজাৰৰ বাবে সহায়ক হয়। (গ)বুকুআৰুমূৰপ্ৰদেশৰঘূৰণকাৰ্যঃ(কটিচক্রাসন) স্থিতিঃসমস্থিতি বাহিৰফালে ঘুৰাই দিব লাগে।

  • হাতমূৰত স্পর্শকৰিবনালাগে।
  • হাতৰ আঙুলি সম্পূর্ণ মুক্তভাৱে ৰাখি

দুয়ােফালে ভূ-পৃষ্ঠৰ সমান্তৰালকৈ মেলি দিব। অভ্যাসবিধিঃ

  • ভৰি দুখন দুইৰ পৰা ৩ ফুট (২-৩)বহলকৈ

ৰাখিব লাগে।

  • হাত দুখন বুকুৰ সমান্তৰালকৈ তলুৱা

মুখামুখিকৈ সন্মুখতৰাখিবলাগে। দ্বিতীয় চৰণ(কান্ধঅঞ্চলঘূৰােৱা)ঃ

  • বাওঁহাতৰ আঙুলি বাওঁকান্ধৰ ওপৰত আৰু

সোঁহাতৰ আঙুলি সেকান্ধৰ ওপৰতৰাখিব লাগে।

  • এতিয়া দুয়ােটা কিলাকুটি সম্পূর্ণরূপে ঘূৰাব

লাগে।

  • কিলাকুটি দুয়ােটাবুকুৰ সন্মুখত লগলগাবৰ

চেষ্টা কৰিব লাগে আৰু ওপৰলৈ গতি কৰোঁতে কিলাকুটিৰ ওপৰৰ অংশ কাণত লগাবলাগে।

  • আৰু বাহু পিছলৈ সংকোচন কৰি নিব লাগে

আৰু যাতে মণিবন্ধ গাঁঠি ডিঙিৰ পিছফালে লগলাগে।

  • এইদৰে ঘড়ীৰ চলন্ত দিশত ৫ বাৰ আৰু

বিপৰীত দিশত ৫বাৰকৰিব লাগে।

  • এতিয়া উশাহ এৰি বাওঁফালে ৰাজহাড়

অংশত চাপ পৰাকৈ গাটো ঘূৰাব লাগে যাতে সোঁহাতৰ তলুৱা বাঁও কান্ধত লাগি থাকে আৰুউশাহ লৈ ঘূৰি আহিবলাগে। আকৌ উশাহ এৰি সোঁফাললৈ ঘূৰাব লাগে যাতে বাওঁহাতৰ তলুৱা সোঁ কান্ধত লাগি থাকেআৰুউশাহ লৈঘুৰি আহিব লাগে।

  • এইদৰে এটা প্রক্রিয়া ২বাৰকৰিব লাগে।
  • এতিয়াসমস্থিতিত আহিব।

বিঃদ্রঃ-

  • সাধাৰণভাৱে উশাহনশাহলৈকবিলাগে।