পৃষ্ঠা:Su swasthyar aadhar.pdf/১৫২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

39

  • আহাৰ (FOOD)
  • বিহাৰ (RECREATION)

ক আচাৰ (CONDUCT)

  • বিচাৰ (THINKING)
  • ব্যৱহাৰ (BEHAVIOUR)

পতঞ্জলি যােগসুত্র মতে যােক আঠটা শাখাত বিভক্ত কৰা হৈছে। ১ায়ম। ২।নিয়ম। ৩ আসন। ৪| প্রাণায়ম। ৫ |প্রত্যাহাৰ। ৬। ধাৰণা। ৭। ধ্যান। ৮|সমাধি। ষষ্ঠচক্রঃ আমি নিয়মিত ভাৱে যােগ অভ্যাস কৰিলে এক সুস্থ শৰীৰ আৰু সুস্থ মনৰ গৰাকীহ'ব পাৰাে৷ যাৰ জৰিয়তে এখন সুস্থ সমাজ গঢ়ি উঠাত সহায় হয়। যােগ অভ্যাসৰ জৰিয়তে শৰীৰৰ ৰােগ প্ৰতিৰােধ, স্বাস্থ্য সংৰক্ষণ, উন্নতি আৰু জীৱনশৈলীত এক ধনাত্মক প্রভাৱ পৰা দেখিবলৈ পােৱা যায়। চক্র মানে চকা বা বৃত্ত। যােগ সন্দৰ্ভত এই চক্ৰসমূহক প্রাণীক শক্তি হিচাপে বিবেচনা কৰা হয়। আমাৰ শৰীৰক ষষ্ঠ চক্ৰত ভাগ কৰা হৈছে। এই বিভিন্ন চক্রসমূহে নির্ধাৰিত স্থানৰ পৰা শৰীৰক নিয়নকৰে।এইচক্ৰসমুহহ’ল- ১।মূলাধাৰচক্র, ২। স্বাধিস্থান চক্র,৩ মণিপুৰাচক্র, ৪| অনাহত চক্র, ৫। বিশুদ্ধি চক্র, ৬| অজ্ঞান আৰু সহচক্র। সুস্বাস্থ্যৰবাবে যােগনিয়মঅন্তবর্তী আমি সকলােৱে আমাৰ শাৰিৰীক সংৰচনা, শিক্ষা,পৰিৱেশ আৰুবাতাবৰণ,পৰিয়াল আৰুসংস্কৃতি পৃষ্ঠ ভূমিৰ ওপৰত আধাৰ কৰি নির্ধাৰিত জীৱনশৈলীত জীয়াইআছে। স্বাস্থ্যৱান বুলি ক'লে আমাৰ শৰীৰত পঞ্চকোচা আৰ ষষ্ঠ চত্ৰৰ নিয়মিতভাৱে চলি থকা বুজায়। সুস্বাস্থ্যৰ বাবে যােগৰ নিয়ম বেদ, উপনিষদ, পতঞ্জলি যােগ সুত্র, হঠ যােগ উল্লেখ আছে। এই পদ্ধতি আজিলৈ চলি আছে। সুস্বাস্থ্যৰ বাবে তলত উল্লেখ কৰা বিষয় বস্তুৰ ওপৰত আমি গুৰুত্ব আৰােপ কৰিব লাগিব আৰুনির্দিষ্টনিয়মসমূহমানিচলিলে স্বাস্থ্যৰগৰাকীহ'ব পাৰি। Yamas 5 moral Restraints Samadhi Spirituality Niyamas 5 Observances Dhyana Meditation "The Self Asana Postures Dharana Concentration Pranayama Mindful Pratyahara Breathing Turning Inward ১৩২