পৃষ্ঠা:Su swasthyar aadhar.pdf/১১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এই বেমাৰ সােচৰা নহয়। পযুক্ত সঠিক আয়ুর্বেদিক চিকিৎসা, সঠিক আয়ুর্বেদিক চিকিৎসা পদ্ধতিৰে ইয়াক খাদ্যভ্যাস আৰু জীৱন শৈলীৰ পৰিৱর্তন ঠিক কৰিব পৰা যায়। ২০ ৰ পৰা ৩০ বছৰ আৰু আয়ুর্বেদিক শাস্ত্ৰত উল্লেখিত বিভিন্ন বয়সৰ লােকসকল এই বেমাৰত বেছিকৈ ধৰণৰ পঞ্চকর্ম চিকিৎসাৰে সকলাে ধৰণৰ আক্রান্ত হােৱা দেখা যায় যদিও সকলাে চর্মৰােগৰ পৰা সুফল পােৱা দেখা গৈছে। বয়সৰ মানুহৰ এই বেমাৰ হ'ব পাৰে। এই ৰােগত শাৰীৰিক ভাৱে মানুহজনৰ মুখদূষিকা অথবা যৌৱনপিড়কা (Acne) কোনাে অসুবিধাৰ সৃষ্টি নহয় যদিও মুখদূষিকা হ’ল এনে এটা বেমাৰ সামাজিকভাৱে এই ৰােগৰমহত্ব আছে। যিটো সাধাৰণতে কৈশােৰ কালত মুখ, বিভিন্ন ধৰণৰ এন্টিবাওটিকছৰ গাত, পিঠি আৰুবুকুত কিছুমান গ্রন্থিৰ পৰা পাশ্বক্রিয়া, নানাধৰণৰযেনে- সুষম ওলােৱা এঠাজাতীয় বস্তু আৰু নানা ধৰণৰ আহাৰৰ অভাৱ আৰু মানসিক দুঃচিন্তাও জীৱাণুৰ দ্বাৰা সংক্রমিত হৈ ব্ৰণৰ নিচিনা এই ৰােগৰ কাৰণ বুলি উল্লেখ কৰা আছে। দেখা যায়। নানাবিধ আহাৰৰ দোষ যেনে আনহাতে আয়ুর্বেদ শাস্ত্ৰতাে বিৰুদ্ধ চর্বীজাতীয় বস্তু অধিক পৰিমাণে গ্রহণ আহাৰ বিহাৰ, প্রজ্ঞাপৰাধ আদি শ্বিত্ৰৰ কৰা, পানী কমকৈ খােৱা আৰু বিভিন্ন নিদান বা কাৰণ বুলি উল্লেখ আছে। দাৰুণ, হৰম'নৰ বিষমতাই এনেবিধ বেমাৰৰ মূল চাৰুণ আৰু ক্লিচ- ক্রমান্বয়ে বাত, পিত্ত কাৰণ। এই বেমাৰ ভালকৈ চিকিৎসা আৰু কফ প্রধান এই তিনিবিধ প্ৰকাৰৰ নকৰিলে মুখত দাগ পৰাকে আদি কৰি শ্বেতকুষ্ঠৰ উল্লেখ আছে। মুখৰ ছালৰ বিকৃতি হােৱা দেখা যায়। চিকিৎসাঃ গতিকে এনেবিধ বেমাৰৰ উপযুক্ত সময়ত আয়ুর্বেদিক শাস্ত্রমতে ই এবিধ ভালকৈ চিকিৎসা কৰা উচিত। ৰক্তজ ব্যাধি ইয়াৰ চিকিৎসাৰূপে। আয়ুর্বেদ শাস্ত্ৰত বিভিন্ন ঔষধিৰ ৰক্তমােক্ষণ, উপবাস, বিৰেচন, আদিৰ লেপৰ প্ৰয়ােগেৰে আৰু কিছুমান উল্লেখ আছে। উদাহণ স্বৰূপে বিভিন্ন আভ্যন্তৰীন ঔষধ খােৱালে এইবিধ ধৰণৰ - শােধন কর্ম, স্নেহন কর্ম, বিলেপি বেমাৰৰ আশুপ্রশমন হয়। সেৱন, বাতপ্রাধন - ঘৃতপান, পিত্তপ্রধান - ব্যংগ/নীলিকা (Melasma) ৰক্তমােক্ষন, বিৰেচন, কফ প্রধান - বমন, সাধাৰণতে নাৰীসকলৰ মুখত তৈল যেনে - বিষতৈল, জ্যোতিস্ম তৈল, ক’লা বৰণৰ দাগ কিছুমান হােৱা দেখা ভল্লাতক তৈল, ঘৃত - সােমাৰাজি ঘৃত, যায়। এই দাগবােৰ নাৰীসকলৰ সৌন্দৰ্য্য পঞ্চ তিক্ত ঘৃত আদি, লেপন - বাকুচ্যাদি বৃদ্ধিত বাধাকাৰক হয়।ইয়াৰ পৰা পৰিত্ৰাণ লেপ, মনশিলাদি লেপ, Single herbs ৰ পাবলৈ আয়ুর্বেদ শাস্ত্রত অতি ধুনিয়া ভিতৰত বাকুচি, ত্রিফলা, ভৃঙ্গাৰাজ, চিকিৎসাৰ বিষয়ে বর্ণনা আছে। সেইবােৰ গােক্ষুৰ, আদিৰ উল্লেখ আছে। হ’ল ৰক্তমােক্ষন, বিৰেচন আৰু লেপন। আজিকালি যদিও মানুহে বিভিন্ন খালিত্য পালিত চর্মৰােগত আক্রান্ত হােৱা দেখা যায়, চুলি সৰা, তপা হােৱা আৰু - ৯৪