পৃষ্ঠা:Su swasthyar aadhar.pdf/১০৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এই ৰােগৰ পৰা পৰিত্ৰাণ পােৱাৰউপায়ঃ ৩। কচু জাতীয় খাদ্য খাব লাগে। কচুৰ ওপৰত উল্লেখ কৰা কাৰণ সমূহৰ কাণ্ড এই ৰােগত বৰ উপকাৰী। পৰা আঁতৰি থাকি আমি আমাৰ যকৃতক ৪। শৰীৰ সন্তুলন কৰি ৰাখিবলৈ কল, সুস্থ কৰি ৰাখিব পাৰাে। লগতে আঙুৰ, নেমু, ডালিম প্রভৃতি ফল খাব চিকিৎসকৰ হতুৱাই চিকিৎসা কৰিও এই পাৰে। ৰােগৰ ক্রমবর্ধমানক নিয়ন্ত্রণ কৰিব পাৰি। ৫। আহযুক্ত খাদ্য যেনে যিকোনাে শাক- কেনেবােৰ খাদ্য আপুনিনাখাব? পাচ লী, আলু, জিকা, পটল, ১। অত্যাধিক মছলা যুক্ত খাদ্যনাখাব। কোমােৰা আদি উপকাৰী। ২। ফাষ্টফুড, পুৰি,পৰঠা আদিনাখাব। ৬। যকৃতৰ সুস্থতাৰ বাবে ভৃংগৰাজ, কালমেঘ, চিৰায়তা, জেষ্ঠমধু, প্রভৃতি ৩। চর্বী জাতীয় তথা অত্যাধিক অনেক বনৌষধি ব্যৱহাৰ কৰিব প্রটিনযুক্ত খাদ্যনাখাব। পাৰি। যিহেতু ৰােগবিধ অতি জটিল ৪। মাংসনাখাব। সেয়েহে এজন অভিজ্ঞ আয়ুর্বেদিক ৫। নিমখ কমাইখাব। চিকিৎসকৰ পৰামৰ্শনিশ্চয় লব। এই ৰােগৰ আয়ুর্বেদিক চিকিৎসা তথা ইয়াৰােপৰি কুমাৰীয়াসব, ৰােহিতা কৰিষ্ট, ডালিম অবলেহ, আৰােগ্য বর্ধিনী পথ্য ঃ বটী, যকৃতৰাৰী লৌহ, জল উদৰাৰী ৰস ১। আয়ুর্বেদৰ মতে উত্তম খাদ্য হ’ল প্রভৃতি অনেক ঔষধি উপলব্ধ এনে ৰােগৰ গাখীৰ। নিতৌ দুই তিনি লিটাৰ চিকিৎসাৰ বাবে। তদুপৰি আয়ুর্বেদিক গাখীৰ খাব লাগে। প্রয়ােজন চিকিৎসালয়ত ভর্তি কৰি বৰ্দ্ধৰ্মান ৰসায়ন ভােকত বা পিয়াহতাে গাখীৰহে খাব চিকিৎসা, পঞ্চকর্ম চিকিৎসা আদি বিভিন্ন লাগে। সকলাে খাদ্য বর্জন কৰি কিছু পদ্ধতি অৱলম্বন কৰি এনে ৰােগৰ দিনলৈ চিকিৎসকৰ তত্ত্বাৱধানত কৰা চিকিৎসা কৰা হয়। মনত ৰাখিব যে অন্তিম এনে চিকিৎসা পদ্ধতিক কল্প আহাৰ পৰ্য্যায়ত যকৃত পুনঃ সংৰােপন (liver চিকিৎসা বুলি কোৱা হয়। transplant) ৰ বাহিৰে কোনাে ধৰণৰ ২। শিলিখা এই ৰােগৰ মহৌষধ। শুদ্ধ গাে- চিকিৎসাই ৰােগীক আৰােগ্য কৰিব মূত্ৰৰ লগত প্ৰস্তুত কৰা এবিধ ঔষধ নােৱাৰে। সেয়েহে যিমান পাৰি যাক গাে-মূত্ৰৰ হৰতিকী বুলি কোৱা সােনকালে চিকিৎসা কৰিলে ৰােগী হয়। এই ৰােগত ইবৰ উপকাৰী। আৰােগ্য লাভ কৰে।