এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ হব পাৰে। গৌৰেৰে কিন্তু নিজৰ এজাৰ মৰম এৰিব নােকা, কনৌজৰপৰা উটি-বুৰি অহা আলহী কেইঘৰফে দি পাল মাৰিলে আৰু মিত্ৰতা ৰক্ষা কৰিলে। কমতেৰে বৰ আনলেৰে এই চৌদ্ধ ধৰ মানুহক নিজ খুচি মতে মাটি-বাৰী বিচাৰি বসতি কৰিবলৈ দিয়াত তেওঁবিলাক উত্তৰ পাৰে মেলামাগুৰি নামে এখন বিলৰ পাৰত মাছ-খৰিৰ সুচল চাই গাওঁ পাতি বহিল। ৰজাই দূত পঠিয়াই স্থানীয় মানুহৰ হতুৱাই ঘৰ-বাৰী সজাই দিয়ালে। কিন্তু তেতিয়াও তেওঁবিলাকৰ শনির দশা নৌ ওকলে। অসভ্য ভােট আহি বছৰচেৰেকৰ পাচতে এই টীৰ মানুহ কেইঘৰক লেঙ্গামাগুৰিৰ...সােৱাদৰ পৰা বঞ্চিত কৰিলে কোৱা বাহুল্য, এই সময়তে মানুহ কেইঘৰ থানবান হল কিছুমান দক্ষিণলৈ আৰু কিছুমান পূৰলৈ গল। চৰকে আদি কৰি কিছুমানে দক্ষিণ পাৰে টেঘুৱানী নামৰ এটা লমৰ পা ফলিহি। এই জানটিক আজকালি শান্তি বলে ; নগাৱ পৰা দহ মাইল ভটীয়াই গলে পায়।” + শৰদেৱৰ আদি পুৰুষৰ নাম । প্রেম পূর্ণানন্দ গিৰী। তেওঁ অলিগােৱ সুবৰ্ণ গিৰী ২ বছৰ আলােচনী" নােৱা “মহাপুৰুষ শৰদেৱৰ জীৱৰ-বি”