এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বাদশ অধ্যা। আমাৰ বৰগতবোৰৰ নিচিনা ভাৰতীয় আন আন ভাষাতত তেতিয়াৰ দিনত নানাৰক্ষিত আধ্যাত্মিক গীত আছিল। কবীৰ মীৰাবাই সকলৰ নামে গীত সাহিত্যত অতি ওখ ঠাই অধিকাৰ কৰি আছে। বৈষ্ণব আন্দোলনে ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ যি আধ্যাত্মিক ভাবৰ পলক লগাইছি, " ভক্তিৰ উচ্ছাস সজাগ কৰি তুলিছিল আমাৰ বৰগী তবোণ সই খলক আৰু উচ্ছাসৰ প্ৰতিধ্বনি মাথোন। ভাৰৰ এচুকত পৰি থাকিলেও গীত আদি কৰি অসমীয়া বৈষ্ণব কবিসকলৰ পদাবলীবোৰে শৰতৰ আন আন ঠাইৰ লগত অসমবাসীৰ শিক্ষা দীক্ষা আদিৰ ক্যাবৰ পৰিচয দিয়ে। ব দ্বাদশ অধ্যা। শঙ্কৰদেৱৰ জন্মৰ তাৰিখ ১৩৭১ শক (১৪৪৯ খৃষ্টাব্দ); কাতি মাহ; অমাবস্যা তিথি; বৃহস্পতি বাৰ , মাজ নিশা। “বাহীত” ছপা হোৱ গুৰু-চৰিত্ৰ পুথিত এই তাৰিখ পোৱা যায় এই গদ্য গুৰু-চৰিত্ৰ পুথিখন শঙ্কৰদেৱৰ আদি স্থান বৰদোৱাৰপৰা . বৰতৰ বিষয়ে এই অধ্যায়টি প্ৰকাশ অধ্যাপক বাণীকান্ত কাকতিৰ স্বাৰাই ৰচিত। আমি অতি আদৰেৰে ইয়াৰু আমাৰ কিতাপৰ অন্তৰ্তত কৰি ললে॥