প্রথম আধ্যা। 1 তাতে কিছুদিন থাকি পলাই গলত, গৌৰেশ্বৰে জানিব পাৰি তেওঁক ধৰাই বন্দী কৰি আকৌ কমতেৰৰ ওচৰলৈ পঠিয়াই দিলে, আৰু কমতেৰে চণ্ডীবৰক সেই দোষত পােতাশালত বন্দী কৰি থৈ দিলে। কিছু কালৰ মূৰত কমতেশ্বৰৰ নগৰলৈ এজন পণ্ডিত বাদ কৰিবলৈ আহিলত, সেই পণ্ডিতেৰে সৈতে সমানে বাদ কৰিব পৰা কোনাে পণ্ডিত ৰজাৰ ৰাজ্যত নথকাত, ৰজাই চণ্ডীবৰক বন্দীশালৰপৰা মােকোলাই আনি পণ্ডিতেৰ সৈতে বাদ কৰিবলৈ দিলত, চণ্ডীবৰে বাদত পণ্ডিতক হৰুৱালে। এই কাৰ্য্যত বাই বৰ সন্তুষ্ট হৈ চণ্ডীবৰক আৰ সন্মান কৰি তেওঁৰ চণ্ডীবৰ নাম সলাই দেবীদাস নাম আৰু ধন-বস্তু মাটি-বাৰী দি শিৰােমণি ভূষ। পাতি ৰাখিলে। তেওঁ লেঙামাগুৰিত কিছুদিন থাকি তাৰপৰা উজাই আহি টেলুৱানি বৰদোৱাত ঘৰবাৰী পাতি ৰলগৈ। * দ্বিতীয়ভাগ “জোনাকীত” (শক ১৮১১-১২) শঙ্কৰদেৱ প্ৰবন্ধত এই বৃত্তান্ত এইদৰে লেখিছে : - . “ওদের নামে একজন আছিল। চবিৰে ৰাজ সেৱা যিৰ কবি। দেৰি ৰসাইলন্ত টোনি বন্ধে। কৰা সেৱা দুভাৰাৰণ নৃপতি। হেয় পণ্ডিত দেবীদাস ছিল। নী মনী গন্ত শুভময়। কৰ জন্তত নাম। নৰ পুত্ৰ ভৈল বুম নামত। শৰ বৰ পুৰু লভিলভ। চবি নামে তার ন ভৈলস্ত। দুজনাৰায়ণে জেদিস নাম নিল। বৰদােৱা নামে এক পা প্রবন্ধে। জাভা ভেজাত বীৰ গহীৰ গীৰ। ৰাধৰ নাম তান তন ভৈলন্ত। ভৈল তিনিজন জানা তাহান তন। তিৰিয়ে পণ্ডিত গুৱস্ত পান। সেহি বেল সুমৰ পুত্ৰ উপজি। এতেকেশবৰ নাম সৈন্ত।
পৃষ্ঠা:Sankardev.djvu/১৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/9/94/Sankardev.djvu/page13-1018px-Sankardev.djvu.jpg)