পৰগণা আমাৰ দেয়ানী মদমা ভিচ মিড WET পটোৱাৰী কৌত দ্বিতীয় অধ্যা ১। ৰাজ্য বিস্তাৰ ১৭৬২ শক ও ১২৪৭ সন বাঙ্গালা ও ১৮৪০ ৪১ সন ইংৰেজী । এই সনেও জিন্কিঞ্চন কমিচনৰ ও মিথি সাহেব ডিপুটী কমিচনৰ ৷ তেওঁৰ ভেম্বায় দেৱানী ও ফৌজদাৰী আপীল ও লাখৰাজ চেৰস্ত৷ থাকিল । ইস্পেচীয়েল ডুটী কমিচনৰ খেতাপে মকৰ্দ্দমা নিষ্পত্তি কৰিছিল ৷৷ ৯৯ ৷৷ উইমেষ সাহেব :—কামৰূপে উইমেষ সাহেব কালেক্টৰ । এওঁ গত সনৰ নিমিতে পৰণা সকল এক এক সনা ম্যাদে বন্দবস্ত কৰিলে । ও হাজো গগণা গৌৰীকান্ত নামে বন্দবস্ত । আমি ঠাকুৰীয়া কাকতী দ্বাৰা বন্দবস্তু পূৰ্ব্বক খাজানা তহুচীল কৰাই সৰকাৰে দাখিল কৰিছিলোঁ। ও গৌৰীকান্তক ঘৰতে ব্যাকৰণ পঢ়াইছিলোঁ ৷ ১০০ দেৱানীৰ মকদমা অনেক তদবিৰ কৰাতো দেববৰ বৰদলৈৰ খাটনিৰ জোৰে উইমেষ সাহেব মকদ্দমা ডিচমিচ্ কৰি এই হুকুম দিলে,— বৰদলৈৰ জীয়েক পদ্মা বৰ্ত্তমান থাকা প্রযন্তে গহনাদি ভোগ কৰি থাকিব । খৰচ কৰিব নোৱাৰিব ৷ কৌত হলে, আমি দুই দাবীৰ মাল পাম। এই হুকুম দিলে। সেহেতু উভয় ওকিলৰ ফিচ, ১৫০ টাকা আমাৰ ভৰণি হ'ল ॥ ১০১ তদপৰ হাজো পৰগণায় প্রথম মনু পাটৱাৰী মকৰৰ হৈছিল । সেই ফৌত হোৱাতে জয় নামক পটৱা গন্তৰীক মঞি মঞ্চৰৰ কৰিলোঁ । কিন্তু সেই পৰগণাত চাপাচী ৰাখা বুলি মকদ্দমা- হাত কৰি মোক অনেক হাইবান্ কৰি মনত বেলাৰ দিছিল !
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৮৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই