এই শকৰ আষাৰ মাহে প্রথম জাহাজ আছে। এই খুঁৱাৰ জাহাজ অহাতে, দেখিবৰ কাৰণে, অনেক লোক জমা হৈছিল, এবং আমি প্রভিতি লোক, মেখি সাহেবে তোলি কুৰুৱা পৰ্য্যন্ত চলাই, অশ্বক্ৰান্তৰ পৰা শুক্ৰেশ্বৰৰ ঘাটত তোলি দিলে। এই অবধি জাহাজ চলাচল হ'ল ॥ ৮২ ॥ এবং আমাৰ ভ্ৰাতা গৌৰীকান্তকে বিবাহ কৰাৰ আবশ্যক হোৱাতে জেষ্ট ৰমাকান্তৰ যুক্তি মতে, উজানৰ কলঙ্গপুৰৰ চতুৰ্দলৈৰ জীয়েক কেতেকীক জীউৰামৰ পৰা অনাই, বৈশাগ মাহে ৰূদ্ৰেশ্বৰে ৰিবাহ কৰালে। ঐ বিবাহে পৃথক খেল কৃষ্ণৰাম বৰুৱা প্ৰভিতি, ৰমাকান্ত ও ৰতিকান্ত ও গোপীকান্ত জেষ্ট আদিকে, কৌশলে খোৱান গ'ল ৷ ৮৩ ॥ দ্ৰেশ্বৰ সাকিনে অতঃপৰ, জেষ্ট মাহে বিষ্ণুকান্তৰ জ্বৰ হৈ ঐ মৃত হয়। তৎ অন্তুষ্টি ক্রিয়া তথ্য স্ত্ৰীৰ দ্বাৰা হৈছিল ॥ এই সনৰ জুন মাসে মিষ্টি সাহেব কালেক্টৰ, ডেপুটি কমিচনাৰ হৈ বৰ কাছাৰীত গ'ল। তেওঁৰ জেম্মা লাখৰাজ চেন্তা থাকিল। ইম্পেচীয়েল ডুটা কমিচনৰ খেতাবে মকদ্দমা নিষ্পত্তি কৰিছিল । তৎকৰ্ম্মে উইমেষ সাহেব কালেক্টৰ হ'ল ॥ ৮৫ ॥ এওঁ সাহেৰে খেৰাজী ৰূপীতত ১২ টাকা, ৰৰিত ! আমা, বস্তিত 10, ফৰিঙ্গতিত 10 আনা, বাউতলীত " আনা, লাখৰাজ তদৰ্দ্ধ মতে, ও গত সমৰ মত শতকৰা ১৪/০ কমিচন সি একসন। ম্যাদে বন্দবস্ত কৰিলে । এবং শতকৰা ১ পুৰা মান মাটি বাদ দি বন্দবস্ত কৰিলে ॥ ৮৬ আৰু এই মনে মহাৰাণী বিক্টোৰিয়া কোইনৰ মুখাকৃতি যুগুৱালা কম্পানী টাকা বাহেৰ হ'ল ৷ ৮৭ ॥ ও মঞি ১৮৩৯ ইংরেজীৰ ২৩ জুলাই একটাং মেহানবীচ, ২৫ টকাত মকৰৰ হওঁ। এবং কৰ্ম্মত আমাৰ মাহেৰ বৰ ভাল পাইছিল । এবং ৰতিকান্ত দেৱাৰীৰ মহৰিৰ ও জনত বৰকটকী ধোৱাৰ জাহাজ প্রথম গৌৰী কাগুৰ বিবাহ বিষ্ণুকাজ মৃত মিথি গাছেৰ ডেপুটী উইখে কালেক্টৰ মোহৰ মঞি একটি মেহানবীচ,
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৭৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই