পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৬৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সদৰামীনৰ আত্মজীৱনী কৰিলে। অথচ ১৪/০ অনা কমিচন মধ্যে, ৭ টাকা চৌধাৰী, । আমা কাগজাদিৰ খৰছ, এক টাকা পাটৱাৰীৰ, ৪ টকা ঠাকুৰীয়াৰ, ২ টকা কাকতীৰ আৰু মান শতকৰা ১ পুৰা বাদ দি, সাৰা জমাৰ নিৰ্ণয় কৰি তিন কিস্তি কৰি দিলে। এবং নাবালিকী বাঙ্গমহৰী উঠাই ফৰকাবাদী বন্দবস্ত কৰিলে ৷ ৩৫ ॥ আৰু কামৰূপ জেলাত যত সত্ৰ আছে, সকলোৰে কাৰণ খাওন্দৰ ঘৰৰ দয়াৰাম শৰ্ম্মল সত্ৰীয়া বৰুৱা নামে একজন মকৰৰ কৰি ধৰ্ম্মপুৰ নামে এক পৰগণা তেওঁৰ সহিত বন্দবস্ত কৰিলে ৷ ৩৬ || সত্ৰীয়া বৰুৱা 05 মুগুদানা এই সনৰ পৰা মুগুৱালা নতুন ফৰকাবাদী টাকা বাহেৰ কৰাবাদী হ'ল। ও জনাজাত ৰায়তৰ পাট্টা হ'ল ॥ ৩৭ ॥ আৰু শেষ পৰগণা বুলি বৰপেটা প্রভিতি খাৰিজ হৈ কাৰকট্ নামে সাহেব একজন আলাহেদা মঞ্চৰ হ'ল ৷ ৩৮ ও লাখৰাজ মাটি সকল তহ কীক কৰি কাৰণে আলাহেদা টাকা বৰপেটাত আলাহেদা সাহেব লাখৰাজ অথচ পৃথক চেৰন্তা হৈ উমানাথ ভট্টাচাৰ্য্য পেচ্‌কাৰ হল । 19 চেৰা বগল সাহেব নিজে ইম্পেচীয়েল ডুটী খেতাপ লৈ তহকীকেষ আৰম্ভ কৰিলে ৷ ৩৯ ॥ দেওবৰ জীয়েকক জোৰণ fa এই সনে আউনী আটীয়া অধিকাৰী কুশদেও গোসাঞী ভৰলু সত্ৰতে আছিল ৷ দ্বিণাই চৰন্ধুৱাৰ যুক্তিমতে ও অধিকাৰী গোহাঞীৰ অনুমতি সাৰে দেওবৰ বৰদলৈৰ দুহিতৃ পদ্মাক বৰদলৈৰ আমাৰ জেষ্ট শিৱকান্ত জন্যে খুজি, কোন মতে আমাৰ তিন ভ্ৰাতৃৰ গহনাদি দ্রব্য জোঁটাই, সোণৰ ধাৰু ১ জোৰ, সোণৰ হাৰ একধাৰ, বাখৰপতা বিৰি ১ ধাৰ, সোণৰ বাখৰপতা কেৰু ১ জোৰ, বাখৰ পতা সোণৰ আগঠি ৫ গোট, ছোট নামচাৰ সহিত মুকুতা ১ ধাৰ, সোণৰ চিপতনণি ১ ধাৰ, থুপীয়া মণি ১ ধাৰ, সোণৰ বিৰি ১ ধাৰ, কিংখাপৰ মেখলা ১ ঘন, গাজৰ টোকা * তকীৰ তদ ।