পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৪৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সোণামুৱা সদৰামীন হৰকান্ত শৰ্ম্মা মজুন্দাৰ বৰুৱাৰ আত্মজীৱনী প্রথম খণ্ড (শক ১৭৩৭ – ১৭৯৪ ) প্রথম অধ্যায় জন্মাদি বিৱৰণ -- মানৰ দিন--ডেভিদ ইকাট ইংৰাজৰ দখল ১৭৩ শকৰ, ১২২২ সনৰ অগ্ৰায়ণ মাহৰ অষ্টাবিংশতি অথচ দিন যোৱাত, মঙ্গলবাৰে ৰাত্ৰি দণ্ড মধ্যে, উজান যোৰহাট কিনে আমি জন্মগ্ৰহণ কৰে৷ । তৎকালে শ্রীশ্রীচন্দ্রকান্ত ংহ ৰাজা আছিল। কিন্তু পূর্ণানন্দ বুড়াগোহাঞী ডাঙ্গৰীয়া হিত কাজিয়া হোৱাত দেশত অনেক উপদ্ৰৱ হৈ দুৰ্গতি হল । চে চন্দ্ৰকান্ত সৰ্গদেৱে বুঢ়াগোহাঞীক মাৰিবৰ নিমিত্তে জানা যন্ত্রণা-মন্ত্ৰণা কৰি কৃতকৰ্ম্ম সাধন কৰিব নোৱাৰি, বঙ্গনচন্দ্ৰ ফোকনক মান ৰাজাৰ ঠাই কৈ পঠালে,— “মোৰ মন্ত্ৰী বুড়া- বাহাঞী মোক ৰাজত্বি গুচাই নিজে ৰাজত্ব কৰিছে ; এতেকে | ইৰাচ্ছা মোক সৈন্য-সামন্ত দি স্থাপন কৰোক !” পাচে, কোকন গ'ল। কলৈ গ'ল, কোনেও কব নোৱাৰিলে । পৰ-গুনা হৈছিল ছিলহ, টেদি মানৰ দেশলৈ গ'ল ॥ ১॥ ভদপৰ উজানে শদিয়াত মান আহিল ও বৰকোকনো হিছে বুলি জনৰৰ হল । সেই সময় বুঢ়াগোহাঞী ভাঙ্গৰীয়াৰ কল বদনে মান च