পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

२ || ঘ— ১৮০১ শক । ১২৯৪ সন । ১৮৮৭-৮৮ ইং । পানী বিষয়াদি—পৰগণা বন্দবস্ত -- পুত্রাদিক সম্পত্তি দিয়া — (পুত্র) দেবৰ বিবাহ - টেক্কা বন্দবস্ত — কলৰ গোহাটীত প্ৰথম বৰফ তৈয়াৰ ও বিক্ৰী—কলিকাতাত ধাত্ৰীৰ শিক্ষাৰ বন্দবস্ত — চহৰত আলো দিয়া——জন্মাষ্টমীৰ আখৰা—বংশত জন্ম ও মৃত্যু – উৰ্ব্বশীৰ বালিত, শ্রীশ্রীদক্ষিণ- পটীয়া গোসাঞীক সেৱা কৰা—কলৰ পানীৰ টেক্স—- শ্রীশ্রীমাউনীআটীয় গোসাঞীক গোহাটীলৈ আগবঢ়াই অনা ---অন্যান্য। 261--268 পঞ্চম অধ্যায় শ্রীশ্রীফিষ্ট প্যাটী সাহেব চীফ, কমিচনৰ ( Sir D. Fitz - Patrick KC SI. ) ক- ১৮১০ শক। ১২৯৫ সন । ১৮৮৮-৮৯ ইং । বিষয়াসকল পৰগণা বন্দবস্ত - খাজানা ভোলাত কমিচনৰ সানি দৰমহা । বংশৰ লোকে শ্রীশ্রী আউনীআটীয় গোসাঞীত শৰণ লোৱা শ্ৰীমতী ইন্দুৰ বিবাহ উপলক্ষে, বৈষ্ণবসহ শ্রীশ্রীগোসাঞী পাশ জলপানৰ সামগ্ৰী প্ৰেৰণ ও সেৱা—শ্ৰীশ্ৰী আউনীআটীয় অধিকাৰ গোসাঞীৰ ৪০ বৎস অধিকাৰ হোৱা উৎসৱ জ্ঞাতি ও আন বিশিষ্ট লোক সকলৰ মৃত্যু—হৰি-স্মৃতি-সুধাঙ্কুৰ পুস্তক--মধুমিশ্ৰ পাণ্ডা— শিলৰ খুটাৰ টেকা,—“মনকলী” হাতী– আনন্দৰাম বৰুৱাৰ মৃত্যু-মঞি শ্রীশ্রীআউনীআটীয় গোস্বামীৰ বেমাৰ দেখা ও আৰাম হোৱা—-অ্যা্য । খ- ১৮১১ শঙ্ক । ১২৯৬ সন । ১৮৮৯-১০ ইং । বিষয়াসকল পৰগণা বন্দবস্ত - শিলৰ খুটাৰ টেক্স ৰহিত— বৰপেটা, গোহাটী ও নগাঞ্জে বৰ ধুমুহা—কাজো পৰগণাৰ “ৰাইজ উঠ।”—উমানন্দত টেলিগ্রাফ খুটা পোতা — বিশিষ্ট লোক সকলৰ মৃত্যু—শ্রীশ্রীফিষ্ট প্যাটী হায়দ্রাবাদে ৰেচিডেন্ট 2. - 21७