পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অধ্যায় ( ক্রমশঃ ) গ— ১৮০৫ শক । ১২৯০ সন । ১৮৮৩-৮৪ ইং। বিষয়াদি ——পৰগণা বন্দবস্ত - শ্রীশ্রীএলিয়ত, চী, কমিচনৰ ছুটী লোৱাত শ্রীশ্রীওয়ার্ড একটিং চীফ, কমিচনৰ— তহচীলদাৰ ও মণ্ডলৰ দৰমহা-উত্তৰ গোহাটী ৰাজাস্থৱাৰ পাহাৰত কেম্বল সাহেবে বাঙ্গালা সজোৱা কলিকাতাৰ যেলা — অন্যান্য | 282 - 288 চতুর্থ অধ্যায় শ্রীগ্রীওয়ার্ড একটিং চীফ, কমিচনৰ ( Sir W. E. Ward. x.cs. I. ) ক- ১৮০৬ শক । ১২১১ সন । ১৮৮৪-৮৫ ইং । বিষয়াদি ---পণা বন্দবস্ত - শ্ৰীশ্ৰী গুৱাৰ্ড বেঙ্গলৰ লেফটেনান্ট গৱৰ্ণৰ হোৱা — শ্ৰীৰোহিণীৰ বিবাহ — বৰপোৰা — জুৰী হোৱাত আপত্তি—বিশিষ্ট লোকৰ মৃত্যু—উমানন্দ মঠৰ পৰ ধোঁৱা শুযোদ্ধা- অন্যান্য । খ- ১৮০৭ শক । ১২১২ সন । ১৮৮৫-৮৬ ইং। বিষয়াদি --পরগণা বঙ্গবন্ত —কাবেলত ৰুছিয়া — কন্দৰ্পেশ্বৰ ৰাজাৰ পুত্ৰ কুমুদেখৰৰ মৃত্যু——কছিয়াৰ কথা-বৰদ্বৈণীৰ হৃদয়ৰ কথা — গৌৰীকান্তৰ স্ত্ৰী কেতেকীৰ মৃত্যুত আক্ষেপ— বৰঘৈণীৰ শেষ সেৱা ও মৃত্যু-শ্রাদ্ধাদি — অন্তান্ত খবৰ ৷ গ-১৮০৮ শক । ১২৯৩ সন । ১৮৮৬-৮৭ ইং । বিষয়াদি – পৰগণ বন্দবস্ত -বংশত জন্ম-মৃত্যু-বিবাহাদি —শ্ৰীৰোহিণীৰ শাস্তি বিবাহ-মুখ্যলোকসকলৰ মৃত্যু— স্বতাদিত মিছল হেতু বেপাৰীৰ চাঙ্গা — উত্তৰ গোহাটীৰ সংস্কৃত স্কুল— শ্রীশ্রীমহাৰাণীৰ ৫০ বছৰ ৰাজছিৰ উৎসৱ —ইংৰেজৰ শ্ৰীক্ষেত্ৰ ত্যাগ—মুন্‌চিপলৰ টেক্স— পানীঞ্চলৰ সাহেব মকৰৰ । 28-248