গোলাম-বান্দী মুক্তকৰা আইন শুদ্ধকাৰ্য্যই হৈছে আৰু তাৰ দ্বাৰা পৃথিবীৰ ৰছ দুখ-দুৰ্গতি নোহোৱা হৈছে। কিন্তু অসমৰ গোলাম-বান্দী, ইংলণ্ডৰ বুৰঞ্জীৰ 'চাক” ( sert ) বা তাহানিৰ আফ্ৰিকাৰ দাসৰ লগত তুলনা কৰা উচিত নহয় । অসমৰ গোলাম-বান্দীৰ লগত সি সকলৰ স্বৰ্গ-মৰ্ত্ত্যৰ প্ৰভেদ আছিল । অসমত তেওঁলোকক গৃহস্থই নিজৰ পৰিয়ালৰ লোকৰ ভিতৰ গণ্য কৰিছিল । 'তথাকথিত গোলাম-বান্দীৰ বিবাহ, গৃহস্থ ঘৰৰ উ্যোগতে হৈছিল। গৃহস্থই এর উলোকক বস্তি আৰু কপিত মাটিও দিয়া উদাহৰণ পোৱা যায় ৷ বহুতে গৃহস্থৰ মৰমত, আইনে মুক্ত কৰাতো, আজীৱন গৃহস্থৰ ক্ষতে কটাইছিল । কৰ্ম্মকুশলতা আৰু সংস্কৃত গুণত কৰকান্ত বৰুৱাই ক্রমে উন্নতি কৰি, গুৱাহাটী, মঙ্গলদৈ, তেক্তপুৰ আৰু নগাওঁত সদৰামীন, মুচি আৰু ৪০০ কীয়া ডিপুটী মেজিষ্ট্রেট হৈ ৩১ আধাৰ ( ১৭১৮ শত্রু ইং ১৮৭৬ সমত চিলু হইলে) বদলাবদলি বেপই গুলি" ছমাহৰ ছুটী পোৱাৰ পিছত, ১ বছৰ পাৰ হৈ যোৱাত চৰকাৰী কৰ্ম্মৰ পৰা অৱসৰ লৈছিল বুলি কব পাৰি । চৰকাৰী কৰ্ম্মৰপৰা অৱসৰ লৈ, ধৰকান্ত বৰুৱাই উত্তৰ গুৱাহাটী-গুৱাহাটীৰ মিউনিচিপালিটীৰ শেষৰ হৈ দেশ-সেৱা কৰা উল্লেখ আছে। তেখেতে অৱস লোৱাৰ পিছত কৃতকার্য্যতাৰে নগাওঁ বাহৰত আউনীআটীৰ অধিকাৰ, আৰু উত্তৰ-ভাতাটা নিনং পত্ৰৰ এজনা গোসাইক কৰিৰাজি চিকিৎসাৰে আৰোগ্য কৰালৈ চাই, সৰামীন বৰুৱা এগৰাকী অভিজ্ঞ চিকিৎসকে। আছিল বুলি সাৰণা হয়। জৰকান্ত বরুরা পেচ কাৰ কৈ থকাতে যত্ন কৰি তেখেতসকলৰ বন্দবর্ত্তী পৰগণাৰ অন্তৰ্গত হাজোত এখন স্কুল স্থাপন কৰাৰ উল্লেখ আছে। উত্তৰ- গুৱাহাটীৰ সংস্কৃত স্কুলৰ (টোলৰ ) কাৰণে মজুৰী আনিছিল । আৰু নিজৰ পুত্ৰসকলক ইংৰাজী পঢ়িবলৈ দিছিল । নববিবাহিত নাতি-ক্ষোন্নাই তিলক চন্দ্র চাংকাকতীক দ্বিতীয় পুত্ৰ ৰত্নকান্তৰ লগলৈ নগাৱঁত ইংৰাজী শিকিবলৈ ঠাইছিল। এইনৰে তেখেতে প্ৰাচীন ভাৰতীয় ভাষা সংস্কৃ, আৰু मতুন বিনে ৰজাৰ ভাষা ইংৰাজী শিক্ষা, আগ্রহ দেখুন্নাই, নতুন আৰু পুৰণিৰ লগত সকলোৱে যাতে নিজক খাপ খুৱাই আগবাঢ়িব পাৰে, থাকে ইচ্ছা কৰিছিল । ঘৰুৱা জীৱনত ছৰকান্ত বৰুৱা সকলো পিনে অতি নিয়মিত, শৃঙ্খলাপ্রিয় কিন্তু উদাৰ আৰু সহিষ্ণু আছিল । বাস্তবিষয়ত, তেখেতে 'হা চাউল, নগুৰ
পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৩১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই