এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
উছৰ্গা বৈকুণ্ঠগত শ্ৰীশ্ৰীকুশদে গোস্বামী আউনীআটীয় সত্ৰাধিকাৰ প্ৰভুৰ পৰিত্ৰ নামত, “সদৰামীনৰ আত্মজীৱনী” —লিখক— সোণামুৱাৰ সদৰামীন, স্বৰ্গীয় হৰকান্ত শৰ্ম্মা মজুন্দাৰ বৰুৱা, শৰণাগত শিষ্যৰ --- অন্তৰৰ ভাৱ লৈ শ্ৰদ্ধাৰে- শ্ৰীকুমুদচন্দ্ৰ বৰদলৈৰ দ্বাৰা অপিত হ'ল ৷ ইতি- উত্তৰ গুৱাহাটী, ১৯৬০ খৃঃ } শ্রীকুদচন্দ্ৰ বৰদলৈ