পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

31° গোপীকান্ত উজানত থকাত, কোনোমতে হৰকাত্তৰ সহোদৰ জ্যেষ্ঠ শিৱকান্তই, শাস্ত্রমতে অন্তেষ্টি ক্রিয়া, শ্রাদ্ধাদি কৰি, মুখৰ ছাইখিনি গুচায় । ঘৰখনৰ ‘প্ৰবৰ্ত্তন কঠিন' হোৱাত শিক্ষাস্ত নগাৱঁৰ ৰহাচকীত তহচীলদাৰৰ মহৰী হ'ল । গোপীকান্তই উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰত পাম ধৰিলে। ইয়াৰ আগতে গোপীকাস্ত আৰু শিৱকান্তই, উজান মাজুলীৰ কমলাবাৰী সত্ৰত মান ভগনিত এৰি থৈ অহা কিছু কিছু সম্পত্তি আৰু গোলাম-বান্দী উদ্ধাৰ কৰি আনিছিল । তেতিয়া হৰকাস্তুৰ সৰ্ব্বকনিষ্ঠ ভ্ৰাতৃ গৌরীকান্ত নাবালক তলীয়া গ্ৰামত থকাত পিতৃৰ দিনৰে বন্ধু মৰঙ্গায়াল ভকত নামৰ কলিতা জাতীয় বৈষ্ণৱ এজনৰ পৰা সেই সময়ত তেওঁলোকে সততে সজ উপদেশ পাই আছিল । উত্তৰ গুৱাহাটীলৈ উঠি অহা ঃ – ১৫৪ শকত তলীয়া গ্রামত ডকাইতৰ উপদ্ৰৱ কোৱাত, বকৱাৰ ধৰখন উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰৰ গোপী- কাস্ত বৰুৱাৰ পামলৈ উঠি আছে। এই কাৰ্য্যত তেওঁলোকৰ তিনিপুৰুষীয়া শাক্ত এক সকজনা ন-গোসাই যোগেশ্বৰ গোস্বামীয়ে দুটা হাতী দি সহায় কৰিছিল। বানপানী আৰু জুইৰ ভয়ত ক্ৰমাৎ তেওঁলোক উত্তৰ গুৱাহাটীৰ মধ্যখণ্ডৰ নৈৰ কাষলৈ উঠি আছে। ইয়াতেই হকার বৰুৱাৰ দীঘলীয়া কৰ্ম্মজীৱন আৰম্ভ হয় । শিক্ষা :– ভগনীয়া অৱস্থাতে পগলাটে কত, অনেক দুখ-দুৰ্গতিৰ মাজতো পিতৃ-মাতৃয়ে পৰা হৰকান্তক শাস্ত্রমতে 'ফলি'দি কান্দুৰা কটকাৰ হতুৱাই ক, শিকাইছিল। হুতী গ্ৰামৰ 'ভাগতা' ব্ৰাহ্মণৰ আশ্ৰয়ত থকাত, ককায়েক শিল্পকান্তই হৰকাত্মক ‘উত্তৰ-গোগ্ৰাহ’ পুথি পঢ়াইছিল। হৰকান্তই পুখি পঢ়িব নোৱাৰাত লিখিছে “পৌষ মাহে মঞি মাতিৰ নোৱাৰা দেখি পিঠিত এটা চেকনি দ্বাৰা কোব মাৰিলে; তাতে মঞি ৰোদন কৰিব ধৰিলোঁ । মাতৃ তৎকালে ভাত ৰান্ধিব ধৰিছিল । ক্রন্দন শুনি গ্রন্থমতে আহিল; জেষ্ট জনাই দেখি দাউৰি পলাল ৷ মোক সোধাত ৰুকায়ে মাৰিলে বুলি কলোঁ।...... ‘গহি খোৱা লৰা, কিয় লৰাক মাৰে !'—এই বুলি—'পঢ় যাতিৰ পাৰিবি'— কৈ চক্ষুৰ লোতক মচি দিলে। পুলিলৈ চাও, দেখি, হাতিৰ পাৰিলো ৷ মারে দেখি আনন্দিত হৈ,- 'আপুনি পঢ়িব পাৰ, নালাগে পাঠ দিব।'— এই বুলি কোৱাতে, আমি তেতিয়াই চাৰিপাতমান সুন্দৰ মাতিব পাৰিলোঁ । তদপৰ, অন্তান্ত ঠাইৰ পৰা পুথি বিচাৰি আনি পঢ়িব ধৰিলে।।* ইয়াতে ৰঙা বিহা-মেখেলা পিন্ধা, ৰন্ধনশালাৰ জুইৰ ভাপত ৰঙা ৰঙা পৰা, জ