পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ndo পুথিখনি মোমাইদেউ বিদ্যাকান্ত বৰুৱা আৰু তেওঁৰ পুত্ৰ প্ৰমোদ- কান্তৰপৰা শ্ৰদ্ধেয় ডাক্তৰ সূৰ্য্যকুমাৰ ভূঞা এম-এ, বি-এল, পি-এইচ ডি, (ইত্যাদি ) দেৱে পায় আৰু তেখেতৰে সুযোগ্য সম্পাদনাত অসমৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ পৰা প্ৰকাশিত হৈ ওলায়৷ এই খিনিতে আৰু এজন লোকলৈ মনত পৰে । তেওঁ আছিল সৰামীনৰ তেজন খেতিয়ক 'বন্ধাৰ ওপৰত চৰ্দাৰ, কিনাৰাম দাস জালগিৰী নামৰ কোচ জাতীয় অতি বিশ্বাসী আৰু মৰমৰ লগুৱা আৰু বিপদৰ বন্ধু : সদৰামীনৰ জেষ্ঠ পুত্র কমলাকান্ত বৰুৱা চৌধাৰী আৰু নানগুলা কবিৰাজৰ, ঔষধিৰ গছলতা গোটাওঁতা, মকৰধ্বজ আপি তৈয়াৰ কৰাত হাঁৰা, প্রবাল, সোণ আদি জন্ম কৰাত নিপুণ সহায়ক শুনা যায় মন সদৃশ ফেটা সাপৰ মুৰৰ মণি কাঢ়ি আনিও ঔষধৰ কাৰণে, কমলাকান্ত বৰুৱা কবিৰাজক দিছিল। সদৰামীনৰ ঘৈণী আৰু জীৱাৰী বোৱাৰী সকলে তেওঁক ভয়ো কৰিছিল, মাও কৰিছিল। ডেকাকালত ভীম-সদৃশ নদী হালগিৰীক সদৰামীনৰ বিষ্ণুদ্ধ লোকসকলে সততে ভয় কৰি চলিছিল। কিন্তু তেওঁ অতি সৰল কাৰু কোহল হৃৰ লোক আছিল । এটি এটিকে সৰামীনৰ পুত্ৰ-পৌরাদি লয় হৈ যোৱাতো অস্তিন কাললৈকে গৃহস্থৰ ভেটিকে ৰখি আছিল। মূল গৃহস্থ সদৰামীনে মৰমতে তেওঁক দুবাৰ বিয়া কৰাই দিছিল । অসম বুৰঞ্জীপন হাতে লিখা অৱস্থাত তেৱেঁ ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ কৰি বিদ্যা মানাৰ হাতত দিছিল । বোধ হয় ‘সঙ্গৰামীনৰ আত্মজীৱনীৰ মূল পুথি দুখনিও তেৱেঁ উদ্ধাৰ কৰি মামাৰ হাতত দিছিল । জীবিত কালত আমাৰ ঘৰলৈ আহিলে, "মাতৃয়ে নিজে আতৌ-পুতোকৈ বহিবলৈ পাৰা দিছিল আৰু চাহ- জলপানেৰে সুধিছিল। মাতৃয়ে খুন্দি দিয়! তামোল মুখত লৈ, বুঢ়াজনে সদৰামীনৰ ঘৰখনৰ কথা কৈ কেতিয়াবা আমাৰ চকুপানী উলিয়াইছিল। শেষ সময়ত বিদ্যামামা আৰু তেখেতৰ ককাইদেৱেক কেশৱ