পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/১৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

न সাহেবৰ আসামত অসমীয়া কৰ্ম্মচাৰী মকৰ উচিত মঞি কওঁ উজনিত অসমীয়া ! ইয়াত কিয় २ १ তিচি, যব গে ধানৰ খেতিত উৎসাহ সদৰামীনৰ আত্মজীৱনী তদপৰ ৰৌলট্‌ সাহেব মোত কলে, “মিল সাহেব এই কথ সুধিছিল যে, গবর্ণমেন্টৰ যি দেশেৰ যি লোক, তাকে মকৰ কৰাৰ অভিপ্ৰায়। এ কামৰূপে বাঙ্গালী পৰদেশী লোক অনে আছে!” তাতে, ৰৌলচ্ সাহেব কলে, “বাঙ্গালী লোক নহতে কাৰ্য্য নচলে ; সেহেতু মকৰৰ হৈছে ।” তাতে, মিল সাহেব কলে “কালেক্টৰিৰ চেৰস্তাদাৰ বাঙ্গালী কি অসমীয়া ? আৰো প্ৰধান সদৰামীন ও সদৰামীন, মুনচেফ, সকল অসমীয়া কি বাঙ্গালী ? বুলি সোধাত “অসমীয়া বুলি কলোঁ।” তাতে মিল সাহেব কলে “যদি অসমীয়া হয়, কি মতে কৰ্ম্ম চলিছে ?” তাতে ৰৌলাঁ সাহেবে মোত কলে, “বোলে মঞি বৰ চৰম পাই এইমাত্র কলোঁ মঞি মকৰৰ কৰা নাই, আগৰে মকৰৰ আছে।” এমত কহাে মিল সাহেব মনে মনে থাকিল ৷ ২৬২ ৷ তদুত্তৰে মঞি ৰৌলট্‌ সাহেবত কলোঁ, “আপুনি চৰম পান পায়, কেৱল অনুচিত কথা কলে । কিয়নো ইতঃপূর্বের বাঙ্গাল নহলে কৰ্ম্ম নচলিছিল হয়, কিন্তু মঞি ১৮৪৯ ইংরেজী । ১২৫৫ সনে উজান শিবপুৰ প্রভিতি জেলাত দেখি আহিলে শিৱসাগৰত সকল লোক অসমীয়া, ও তেজপুৰে ৩৪ জন মাঠ বাঙ্গালী, সকল অসমীয়া, তেওঁলোকৰ দ্বাৰা কৰ্ম্ম চলিছে ইদানিক বাঙ্গালীৰ অপেক্ষা নকৰে।” এমত কোৱাতে বৌল সাহেব মনে মনে থাকিল ৷ ২৬৩ ৷ তদপৰ শীতকাল পৰাতে তেওঁ সহিত মপস্বল ভ্রমণ ক নানা স্থানে স্থানে ফুৰিলোঁ । এবং তিটী ও গেওঁ ও যব ধান খেত, কৰিবৰ কাৰণে, ৰায়ত ও চৌধাৰী লোকক চমজাই বী দিয়া হৈছিল ৷ ২৬৪ তদপৰ ফাগুন মাহে গোহাটী অহা হ'ল । সোম সদৰামীনৰ পুতেক মহীধৰ, দুৰ্ল্লভৰ কাখৰ মাটীত ' কৰে ৷ ২৬৫ ॥