পৃষ্ঠা:New Testament in Assamese.djvu/৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮০ মকি।। তেও সিবিলাকত কলে, প্ৰাৰ্থিন। তাৰু লঘেনি নকৰিলে, অনি কোনো উপায়েৰে এনে ভূত বাহিৰে নেজাই। | ৩০ পাচে সেই ঠাই এৰি সিবিলাকে গালিলৰ মাজে দি গল; কিন্তু কো- নেও তাক জেন নেজানে, তেঁওৰ এনে ইচা আচিল। ৩১ আৰু মানুহৰ পুত্ৰক লোকবিলাকৰ হাতত সোধাই দিয়া হব, সিবিলাকে তেঁওক বধ কৰিব, আৰু তেঁওক মৰাৰ পাচত তিন দিনৰ দিনা অকিও উঠিব, তেঁও সিস্যবি- লাকক এই কথা সিখ্য1 দিলে। ৩২ কিন্তু সিবিলাকে সেই কথা নুবুজিলে, আৰু তেঁওত সুধিবলৈকো ভই কৰিলে। | ৩৩ পাচে কিফনাহুমলৈ গলত ঘৰৰ ভিতৰত সোমাই তেঁও সিবিলাকত সুধিলে, বটত আহেঁতে তোমোলাকে ইজনে সিজনে কিহৰ বাদ বিচাৰ কৰিচিলা ৩৪ তাতে সিবিলাকে নিজম দি থাকিল; কিয়নো সিবিলাকৰ মাজত কোন ডাঙ্গৰ হব, এই কথাত সিবিলাকে ইটে সিটে বাদ বিচাৰ কৰিচিল। ৩৫ তীতে তেঁও বহি বাৰে জন সিস্যক মাতি কলে, জি কো- নোএ প্ৰথম হবলৈ ইচ। কৰে, সি সকলোৰে সেস আৰু সকলোৰে সেৱক হব। ৩৬ তেতিয়া তেঁও এটা লৰা অনি সিবিলাকৰ মাজত বহুআলে; পাচে তাক আপোনাৰ কোলাত লৈ সিবিলাকত কলে, ৩৭ জি কোনোএ এনে এটি সৰু লৰাক মোৰ নামেৰে গ্ৰহন কৰে, সি মোকে গ্ৰহন কৰে; আৰু জি কোনো মোক গ্ৰহন কৰে, সি অকল মোকে গ্ৰহন কৰে, এনে নহই, মোক পঢ়া জনকো গ্ৰহন কৰে। ৩১ তেতিয়া য়োহানে মাত লগাই কলে, হে গুৰু, অমাৰ পাচত নো- জোঅ এজনক তোমাৰ নামেৰে ভূতবিলাকক খেদোআ দেখিলোঁ; কিন্তু অমাৰ পাচত নোজোঅ হেতুকে আমি তাক নিসেধ কৰিলে। ৩৯ তীতে য়িএ কলে, তাক নিসেধ নকৰিবা; কিয়নো জি কোনোএ মোৰ নামেৰে অচিৰিত কৰম কৰে, সি হঠাতে মোক নিন্দা কৰিব নোঅৰে। ৪০ জি জন আমাৰ বিৰোধ নহই, সি অমাৰ ফলিয়া। ৪১ আৰু তোমোলাক খিষ্টৰ সিস্য হোআ জানি জি কোনোএ মোৰ নামেৰে তোমোলাকক এবাটি পানিকে খুআই, মই তোমোলকিত স্বপকৈ কৈৰ্চো, তাৰ কৰমৰ ফল নে- হেৰাব। ৪২ কিন্তু জি কোনো মোত বিস্বাস কৰা এই সবিলাকৰ মাজৰ এটিকে বিঘিনি কৰে, তাৰ ডিঙ্গিত জাত সিল আৰি সাগৰত পেলোঅ। হলেই তাতকৈ তাৰ ভাল। ৪৩ আৰু তোমাৰ হাতে জদি তোমাৰ বিঘিনি কৰাই, তাক কাটি পেলোঅ; ৪৪ কিয়নো দহতিয়া হৈ জত সিবিলাকৰ পপক নমৰে, ডুয়ে নুনুমাই, এনে নৰক আৰু নুনুমুআ জুইত পেলেঅ। হোআতকৈ খুন হৈ পৰম অয়সত সোমোঅ তোমাৰ ভাল। ৪ ৫ আৰু তোমাৰ ভৰিএ জদি তোমাৰ বিঘিনি কৰাই, তাকো কাটি পেলোঅ; ৫ ৬ কিয়নো দুই ভৰিয় হৈ জত সিবিলাকৰ পোক নমৰে, জুয়ো নুনুমাই,