92 মক। ২ ৩ কলে, য়োহান বুৰ দিওঅ মিতুৰ পৰা উঠিল; এই হেতুকে তেওঁৰ দোঅৰিাই অচিৰিত কৰম প্ৰকাস হৈচে। ১৫ অন বোৰে কলে, এই জন এলিয়া; অনি কোনোবোৰে কলে, অগিৰ কালৰ ভবিস্যত ভক্তবিলাকৰ এজনৰ নিচিনা এৱে। ভবিস্যত বক্তা। ১৬ কিন্তু হেৰোদে সুনি কলে, মই জীৰ মুৰ কটালো, এও সেই য়োহান; মিত্যুৰ পৰা উঠিল। ১৭ অগেৰে হেবেদে আপোনাৰ ভায়েক ফিলিপৰ তিৰোতা হেৰেদিয়াক বিয়া কৰালত তাইৰ কৰিনে মানুহ পাঁচি য়োহানক ধৰি বন্দিসালত বান্ধি হৈচিল। ১৮ কিয়নো য়োহানে হেৰেদিত কৈচিলে, আপোনাৰ ভায়ৰি ভাজাক তুমি লব নোপোআ। ১৯ এই হেতুকে হেৰোদিয়াই য়োহানলৈ অঙ্গ হৈ তেঁওক মাৰিবলৈ ইচা কৰিলে, কিন্তু নোআৰিলে। কিয়নো হেৰোদে তেঁওক ধৰমি সাধু পুৰুস জানি মান কৰি ৰাখিলে; আৰু তেঁওৰ কথা সুনাত অনেক কম কৰিলে, অৰুি তেঁওৰ উপদেস সন্তোস মনেৰে সুনিলে। ২১ পীচে প্ৰসন্ত কাল হলত হেৰোদে আপোনাৰ জনমৰ দিন। তেঁওৰ ডাঙ্গ- ৰিয়া সকল, সেনাপতি, তাৰুি গালিলৰ প্ৰধান লোকবিলাকলৈ ৰাতি ভোজ পাতিলে; ২২ তাতে হেৰোদিয়াৰ জিয়েক অহি সিবিলাকৰ অগিত নাচি হেৰোদৰ আৰু তেঁৰ ওচৰত বহবিলাকৰ সন্তোস কৰিলত ৰজাই সেই চোলিত কলে, তোমাৰ জিহকে ইচা তাকে খোজা, মই তোমাক দিম। ২৩ অ সপত কৰিও কলে, অদিখনি দেসলৈকে জিহকে খোজা, তাকে ২৪ তেতিয়া তাই বাহিৰলৈ গৈ আপোনাৰ মাকত সুধিলে, মই কি খুডিম? তাতে মাকে কলে, য়োহান বুৰ দিওআৰ মুৰ খোজা। ২৫ তেতিয়া তাই বেগাই ৰজাৰ ওচৰলৈ আহি খুজিলে, বোলে, য়োহান বুৰ দিওঅৰি মুৰ এখান থালত ভৰাই আনি এতিয়া মোক দিওক, মই এই ইচা কৰে। ২৬ তাতে ৰজাই বৰ অসন্তোস পালে, কিন্তু তাপোনাৰ সপতৰ নিমিতে, আৰু তেঁওৰ লগত বহাবিলাকৰ নিমিতেও তাইক নুই কৰিবৰ মন নহৈ, ২৭ তেতিয়াই য়োহানৰ মুৰ আনিবলৈ চাউডাঙ্গক আগা কৰি পাচিলে। ২৮ তাতে সি গৈ বন্দিসালত তেঁওৰ মুৰ কাটি, এখনি থলিত ভৰাই অনি সেই চোঅলিক দিলে, চোঅলিয়েও মাকক দিলে। ২১ পীচে য়োহানৰ সিস্যবিলাকে এই কথা সুনি আহি তেঁওৰ গৰি ডেখিৰ তুলি মৈদামত থলেনি। ৩০ তাৰ পাচে পাঁচনিবিলাকে য়িচুৰ ওচৰলৈ গোট খাই, সিবিলাকে জি জি কৰিচিল, আৰু জি জি সিকাইচিল, সেই সকলোকে তেঁওত কলে। ৩। তাতে তেঁও সিবিলাকক বুলিলে, তোমোলাকে অকলেই নিৰ্জন ঠাইলৈ আহি কিচু কাল জিৰোঅ; কিয়নো ভোজন কৰিবলৈ আহৰি নোপো- আকৈ এতেক মানুহ সেই ঠাইলৈ অহা জোআ কৰিলে। ৩২ তেতিয়া সিবি- লাকে নাৱেৰে অকলেই নিৰ্জন ঠাইলৈ গল। তাতে মানুহবোৰে দিম।
পৃষ্ঠা:New Testament in Assamese.djvu/৭৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই