পৃষ্ঠা:New Testament in Assamese.djvu/৪৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মূল কথা। ২ ৩৪ * গলাতীয়বিলাকলৈ পৌলে লিখা পত্ৰ। অধ্যায়, পিঠি। পৌলে মানুহৰ পৰা নহয় ঈশ্বৰৰ পৰাহে ধৰ্ম কথা পোৱা বিদেশী লোকক শুভবত্তি দিবলৈ পৌলৰ উৎসাহ বিধানৰ দ্বাৰাই পৰিত্ৰাণ নহয়, বিশ্বাসৰ দ্বাৰাই হয় বিধান অৰু শুভবন্তিৰি নিয়ম, এই দুই পৃথক হোৰ। বিধানৰ কৰ্মেৰে পৰিত্ৰাণ নিবিচাৰি, অত্মাৰ কৰ্ম প্ৰবত্ত। উচিত লোকক ক্ষমা কৰা, অৰি পেৰেণিৰ কথাত প্ৰশংসা কৰা ৩৪২ 8 ৩৪৩ ৩৪৫ 089 OS ২ ৩৪৯ ৩ এফেচীবিলাকলৈ পৌলে লিখা পত্ৰ। ঈশ্বৰে পবিত্ৰ লোকক মনোনীত কৰি তোলনিয়া পুত্ৰৰ বাব দিয়া খ্ৰীষ্টৰ দ্বাৰাই বিশ্বাসী লোক ঈশ্বৰে সৈতে মিল হোৱা শুভবত্তিাৰ দ্বাৰাই বিদেশী লোক পৰিত্ৰাণৰ ভাগী হোৱা একে ভাবে থাকি ধৰ্ম অচৰণ কৰিবলৈ পৌলৰ মিনতি অশুচি কৰ্ম ত্যাগ কৰা, আৰু তিৰী পুৰুষে প্ৰীতি ভাৱে থকা উচিত পিতৃ মাতৃ আৰু অধিকাৰলৈ উচিত সেৱা, আৰু পাপে সৈতে যুদ্ধৰ কথা 3 ৩৫৩ ১ ফিলিপীয়াবিলাকলৈ পৌলে লিখা পত্ৰ। শুভবাত্ত। কীত্তন কৰাত পৌলৰ উৎসাহ আৰু আনন্দ একে অলিচ, নম মন, নিদু ষী ভাৱে অচিৰিবলৈ পৌলৰ নিবেদন ২ খ্ৰীষ্টৰ নিমিত্তে পৌলে সকলোকে ত্যাগ কৰা অনেক ধৰ্ম কৰ্মলৈ পৌলৰ উপদেশ ৩৫৯ 8 > কলচীয়াবিলাকলৈ পৌলে লিখা পত্ৰ। খ্ৰীষ্টৰ মহিমা, আৰু তেওঁত সম্পূৰ্ণ ঈশ্বৰীয় গুণ থকা খ্ৰীষ্টক মূল ধৰি মানুহৰ বিধিৰ পৰা সাৱধান হোৱা উচিত ওপৰৰ কথাত আসক্ত হৈ ধৰ্ম কৰ্ম অচিৰিবলৈ উপদেশ অনেক উপদেশ, অৰু ভাইবিলাকলৈ নমস্কাৰ ২ 38 ♡ 8