প্ৰকাশিত ভবিষ্যত বাক্য। মৃত্যু ৰূপ ঘা ভাল হল, পৃথিবী আৰু তাত থকা সকলোকে সেই প্ৰথম পহুক সেৱা কৰাই। ১৩ আৰু মানুহৰ আগত সৰ্গৰ পৰা পৃথিবীত অগ্নি বৰখাই, এনে আশ্চিৰিত কৰ্মবিলাক কবি, ১৪ পহুৰ তাগিত যি অশ্চিৰিত কৰ্ম কৰিবলৈ তাক শক্তি দিয়া হল, সেই কৰ্মৰ দ্বাৰাই পৃথিবীত থক। লোকবিলাকক ভুলাই; আৰু যি পহু তৰোৱালেৰে কটা হৈয়ো জীলে, তাৰ মূৰ্ত্তি সাজিবলৈ পৃথিবীত থকাবিলাকক অজ্ঞা কৰিলে। ১৫ সেই পহুৰ মূৰ্ত্তি এ যেন কথা কব পাৰে, অৰু যি কোনেএি পহুৰ মূৰ্তি সেৱ। নকৰে, সিবিলাকক যেন বন্ধ কৰাব পাৰে, সেই নিমিত্তে পহুৰ মূৰ্তি ক জীৱ দিবলৈ তাক শক্তি দিয়া হল। ১৬ আৰু সৰু বা বৰ, ধনৱন্ত বা দৰিদু, বন্দী বা মুকলি, সকলৰো সে। হাতত বা কঁপলি তাৰ চিন লগোৱালে। ১৭ অৰু সেই চিন, বা পহুৰ নাম, বা সেই নামৰ অঙ্ক লোৱাবিলাকত বাঝে কোনো মানুহক কিনা বেচা কৰিবলৈ নিদিলে। ১৮ ইয়াত জ্ঞানৰ কথা হয়; যি জন জ্ঞানবন্ত, সি পহুৰ অঙ্ক গণনা কৰেকি; কিয়নো সেয়ে মানুহৰ অঙ্ক; আৰু সেই অঙ্ক ছশ ছয়ষষ্ঠী। ১৪ অধ্যায়। 1 ন জুন পাছে ময় চাই দেখিলোঁ, চিওন পৰ্বতৰ ওপৰত এক মেৰ পোৱালি থিয় হৈ আছিল; তেওঁৰ নাম আৰু তেওঁৰ পিতৃৰে৷ নাম কঁপলিত লিখা হোৱা, এনে এক লাখ চৌচলিছ হেজাৰ লোক তেওঁৰ লগতে আছিল। ২ আৰু বহু পানীৰ খলক অৰুি মেঘৰ গজনিৰ বৰ শবদৰ নিচিনা স্বৰ্গৰ পৰা এক শবদ শুনিলোঁ; ময় শুনা সেই শবদ বীণ বজোৱাহঁতৰ বীণ বোৱাৰ শৰদৰ নিচিনা। ৩ সিবিলাকে সিংহাসনৰ অগিত, চাৰি জন্তু আৰু বৃদ্ধ লোকৰ অগিতে। এটা গীত গান কৰিলে; আৰু পৃথিবীৰ পৰা উদ্ধাৰ হোৱা সেই এক লাখ চৌচলিছ হেজাৰ লোকৰ বাহিৰে কেৱে শিকিব নোৱা- ৰিলে। ৪ এইবিলাক বেশ্যাবিলাকৰ সংসৰ্গত অপবিত্ৰ নহৈ শুচিএ অ- ছিল। মেৰ পোৱালিএ যলৈকে যাই, এইবিলাকো তেওঁৰ পাছে পাছে তলৈকে যাই। মানুহবিলাকৰ মাজৰ পৰা সিবিলাক উদ্ধাৰ হৈ, ঈশ্বৰ আৰু মেৰ পোৱালিলৈ প্ৰথম ফল হল। ৫ সিবিলাকৰ মুখত কোনো মিছা কথা পোৱা নগল, কিয়নো সিবিলাক নিদূষী। ৬ পাছে আকাশৰ মাজেদি উৰি যোৱা আৰু এক দূতক দেখিলে॥ পৃথিবী নিবাসী সকলো দেশ, বঙ্গহ, ভাষা, অৰু ৰাজ্যৰ লোকলৈ কীত্ত ন কৰিবৰ নিমিত্তে অনন্ত শুভবাত্ৰা পাই, ৭ তেওঁ বৰ মাতেৰে এই কথা কলে, ঈশ্বৰৰ সোধ কৰা কাল হৈছে, এই হেতুকে তেওঁলৈ ভয় কৰি তেওঁক ধন্যবাদ কৰা; আৰু আকাশ মণ্ডল পথিবী, সাগৰ, আৰু জলৰ ভূমুক এই সকলোৰে সৃষ্টিকৰ্তা যি জনা, -
পৃষ্ঠা:New Testament in Assamese.djvu/৪৬১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই