৫ অধ্যায়। ৪১৭ কিয়নো তোমোলাকৰ আয়ুষ কি? এখন্তক দেখা পোৱা হৈ পেিছ নেদেখ। হৈ যোৱ যি ভাপ, সি তাৰ নিচিনা। ১৫ এই হেতুকে প্ৰভুৰ ইচ্ছা হলে আমি জীয়াই থাকি এই কৰ্ম বা সেই কৰ্মকে কৰিম, এনে কথা কোৱ। তোমোলাকৰ উচিত। ১৬ তোমোলাকৰ সেই গব্বী কথতি যি আনন্দ কৰা, এনে সকলো অনিন্দ অনুচিত। ১৭ আৰু যি কোনোএ সজ কৰ্ম কৰিবলৈ জানিও তাক নকৰে, তাৰ পাপ হয়। ৫ অধ্যায়। 8 হে ধনৱন্ত লোক, তোমোলকি এতিয়া অহ; তোমোলাকৰ আগলৈ হব লগ। দুঃখৰ নিমিত্তে ক্ৰন্দন আৰু বিলাপ কৰা। ২ কিয়নো তোমোলাকৰ সম্পত্তি পচি আছে, তোমোলাকৰ কাপড় পোকে খোৱা হয়, তোমোলাকৰ সোণ ৰূপ মামৰে খোৱা হৈছে; ৩ আৰু সেইবোৰৰ মামৰে তোমোলাকৰ বিৰেন্ধে সাক্ষী হৈ জুইৰ নিচিনাকৈ তোমোলাকৰ মঙ্গহকে খাব; শেষ কালৰ নিমিত্তেহে তোমোলাকে ধন সচিলা। দেখ, তোমোলাকৰ শহ দোৱা বনুৱাবোৰৰ যি বেচ তোমোলাকে অন্যায়কৈ ৰাখি নিদিলা, সেই বেচেই এটাহ পাৰিছে; আৰু সেই বনুৱাবিলাকৰ এটাহ সৈন্যৰ প্ৰভুৰ কাণত পৰিল। ৫ তোমোলাকে পৃথিবীতে তৃপ্তি পাই সুখ ভোগেৰে দিন নিয়াল; মাৰিবৰ দিনলৈ পেহি তোলাৰ দৰে আপোনাৰ মন পোহণ কৰিলা। ৬ ধমী জনক দুষী কৰি বধ কৰিলা, আৰু সি তোমোলকিক বাধা নকৰে। ৭ এতেকে হে ভাইবিলাক, প্ৰভুৰ অহা দিনলৈকে সহন কৰি থাকা। দেখা, খেতিয়কে খেতিৰ বহু মূল্য শহলৈ বাট চাই থাকি, প্ৰথম আৰু পাচৰ বৰখুণ পোৱালৈকে বহু কলি সহন কৰে। ৮ তোমোলাকেও সেই ৰূপে সহন কৰি আপোন মন থিৰে ৰাখা; প্ৰভুৰ অহা ওচৰ পাইছেহি। হে ভাইবিলাক, তোমোলাকে দণ্ড যেন নোপোৱা, ইটে সিটে খিয়াল নকৰিবা; দেখ, সোধি কত্ত। দুৱাৰ মুখতে থিয় হৈ আছে। ১০ হে মোৰ ভাই সকল, যি ভবিষ্যত বক্তবিলাকে প্ৰভুৰ নামেৰে কথা কলে, সেইবি। লাকক দুঃখ ভোগ আৰু সহন কৰাৰ আৰ্হি মানিব। যিবি- লাকে সহন কৰে, সিবিলাকক ধন্য বুলি মানে; য়োবৰ সহনৰ কথা তো- মোলাকে শুনিলা, আৰু প্ৰভু যে অতি মৰমিয়াল অ িদয়ালু, তেওঁৰ এনে শেষ কৰ্ম দেখিলা। ১২ হে মোৰ ভাইবিলাক, সকলোতকৈ বিশেষ ৰূপে কৈছে, কোনো মতে স্বৰ্গৰ নাইবা পৃথিবীৰ, বা আন কোনো নাম লৈ শপত নকৰিবা; কিন্তু তোমোলাক যেন দণ্ডত নপৰা, এই নিমিত্তে তোমোলাকৰ হয় বোলাই ১১ দেখা,
পৃষ্ঠা:New Testament in Assamese.djvu/৪২২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই