পৃষ্ঠা:New Testament in Assamese.djvu/৪১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

858 ৰাকোবৰ পত্ৰ। ঈশ্বৰে আপোনাক প্ৰেম কাবিলাকক যি ৰাজ্য দিবলৈ প্ৰতিজ্ঞা কৰিলে, সেই ৰাজ্যৰ অধিকাৰ হোৱা যি লোক সংসাৰত দৰিদু, বিশ্বাসত ধনৱন্ত, এনে লোকক মনোনীত নকৰিলে নে? ৬ কিন্তু তোমোলাকে যে দৰিদু লো- কক অবমান কৰা। ধনৱন্ত লোকে তোমোলকিক বিঘিনি নকৰে নে? তো- মোলাকক সোধ আসনৰ অগিলৈ বলেৰে নিনিএ নে ৭ আৰু যি উত্তম নামেৰে তোমোলকি খ্যাতি হোবা, সেই নাম নিন্দা নকৰে নে? ৮ তোমাৰ চুবুৰিয়াক অপোনাৰ নিচিনাকৈ প্ৰীতি কৰা, শাস্ত্ৰ মতে এই ঘাই আজ্ঞা যদি পালন কৰি থাকা, তেন্তে ভাল কৰিছা; ১ কিন্তু যদি লোকৰ মুখ চোবা, তেন্তে পাপ কৰা, আৰু অজ্ঞা উলং ঘন কৰাত বিধানৰ দ্বাৰাই দূষী কৰা হৈছা। কিয়নো যি কোনোএ সকলো অজ্ঞা পালন কৰে, তথাপি এটি মাথোন উলংঘন কৰে, সি সকলোতে দুষী হল। ১১ কিয়নো তুমি পৰ- তিৰী গমন নকৰিবা, ইয়াক যি জনাই বলে, তুমি বধ নকৰিবা, তাকে সেই জুনায়ে কলে। এই হেতুকে তুমি পৰতিৰী গমন নকৰিও যদি বধ কৰা, তেন্তে বিধান উল’ ঘন কৰা হোৱা। ১২ মুক্তিৰ বিধানৰ দ্বাৰাই সোধ কৰা হৰ লগ। লোকবিলাকৰ নিচিনাকৈ কথাও কোৱা; কৰ্মকো কৰা। নো যি জনে দয়া নকৰে, নিদয়া ৰূপে তাৰ দও হব; কিন্তু দয়াই দণ্ডকে পৰাজয় কৰে। ১৪ হে মোৰ ভাইবিলাক, কৰ্ম নোহোৱাকৈ কোনো মামুহে যদি বোলে, মোৰ বিশ্বাস আছে, সেই মানুহৰ বিশ্বাস কি ফল? এই বিশ্বাসৰ দ্বাৰাই সি পৰিণি হব পাৰে নে? ১৫ কোনো ভাই বা ভনী নাঙ্গটা আৰু দিন অহাৰ নাইকিয়া হৈ থকাত, ১৬ তোমোলাকৰ এজনে শৰীলৰ যি বস্তুৰ প্ৰয়োজন আছে, সেই বস্তু নিদিয়াকৈ যদি বোলা, তুমি উম লগাই তৃপ্তি কুশলে যোৱা, তেন্তে তাৰ কি লাভ? ১৭ সেই ৰূপে কৰ্ম নোহোৱাকৈ বিশ্বাস অকলেই থাকিলে, মৰা হল। ১৮ কোনো মানুহে যদি কয়, তো- মৰি বিশ্বাস আছে, মোৰ কৰ্ম আছে; তেন্তে তুমি কৰ্ম নোহোৱাকৈ তো- মাৰ বিশ্বাস মোক দেখুৱা, আৰু কৰ্মৰ দ্বাৰাই তোমাক মোৰ বিশ্বাস দে- খাম। ১১ এক ঈশ্বৰ আছে বুলি তুমি প্ৰতিতি কৰিছা, ভাল কৰিছা; ভূত- বিলাকেও তাকে প্ৰতিতি কৰি কপি আছে। ২০ হে নিৰ্বন্ধি মানুহ, কৰ্মৰ বিনে বিশ্বাস মৰা হল, ইয়াক জানিবলৈ ইচ্ছা কৰ নে? ২১ আমাৰ ওপৰ পিতৃ অব্ৰাহামে হোমৰ ভেঁটিৰ ওপৰত আপোন পুত্ৰ ইচকিক উচৰগ কৰি কৰ্মৰ দ্বাৰাই পূণ্যৱন্ত লিখা নহল নে? ২২ তেওঁৰ কৰ্মেৰে সেই বিশ্বাসে কাৰ্য কৰি কৰ্মৰ দ্বাৰাই সিদ্ধি হল, ইয়াক দেখা নাই নে? ২৩ আৰু আব্ৰা- হামে ঈশ্বৰত বিশ্বাস কৰাত, সেই বিশ্বাস তেওঁলৈ পূণ্য যেন গণিত হল, এই শাস্ত্ৰীয় বচন পূৰ হৈছিল, আৰু তেওঁক ঈশ্বৰৰ মিতিৰ বোলা হল। ৰেই অকল বিশ্বাসৰ দ্বাৰাই নহয়, কৰ্মৰে দ্বাৰাই মানুহ যে পূণ্যৱন্ত গণিত ২৪ এয়ে