পৃষ্ঠা:New Testament in Assamese.djvu/৪১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪০৮ ইব্ৰীলৈ পত্ৰ। দলে। ছিমূল, অৰু ভবিষ্যত বক্তবিলকি, এই সকলোৰে কথা কবলৈ কালেও নোযোৰে। ৩৩ সিবিলাকে বিশ্বাসৰ দ্বাৰাই ৰজ্যিক পৰাজয় কৰিলে, অৰু ধৰ্ম কৰ্ম কৰি প্ৰতি ভৰি ফল পালে, সিংহৰ মুখ বন্ধ কৰিলে, ৩৪ অগ্নিৰ তপি নুমালে, তৰোৱালৰ মুখৰ পৰা উদ্ধাৰ হল, দূৰ্বল হোৱাৰ পৰাও বলৱন্ত হৈছিল, সন্ধত জয়যুক্ত হৈ বিৰোদ্ধ হোৱা সৈন্যবেক্তি খে- ৩৫ তত বাঝে তিৰী লোকে মৃত্যুৰ পৰা উঠান হোৱা আপোনাৰ মৰবিলাকক জীয়াই পালে; অৰুি অনিবোৰে তাতকৈ উত্তম উঠান পবিৰ নিমিত্তে মুক্তি গ্ৰহণ নকৰি শাস্তি পাই মৰিল। অন্য অন্য লোকে নিন্দা আৰু চাবুকেৰে কোবোৱা, বন্ধন অৰুি বন্দীশালৰ দুঃখৰ পৰীক্ষা পালে; ৩৭ কোনোবোৰ শিলেৰে খুন্দি মৰা আৰু কৰতেৰে কটা হল, অনি কোনো এ পৰীক্ষা পালে, তৰোৱালেৰে বধ কৰা হল, মেৰ অৰুি ছা- গৰ চাল পিন্ধি, দৰিদ্ৰ, দুখী, তাড়না কৰা হৈ ফুৰি, ৩৮ হাবিত অৰু পৰ্বতত, পহুৰ গাতত আৰু পৃথিবীৰ গুহাতে ফুৰি আছিল; এই জগত সিবিলাকৰ যোগ্য নহয়। ৩১ এই সকলো এ বিশ্বাসৰ দ্বাৰাই সুখ্যাতি পোৱা হৈয়ো প্ৰতিজ্ঞাৰ ফল পোৱা নহল; ৪০ কিয়নো ঈশ্বৰে আমাৰ নিমিত্তে কোনো অতি উত্তম কথা যুগুত কৰি, আমাৰ বিনে সিবিলাকক সিন্ধি হব- লৈ নিদিলে। ১২ অধ্যায়। - এইমনি মেঘ ৰূপ সাক্ষীএ অমকি বেৰি থকা দেখি, অহি, আটাই ভাৰ আৰু অমকি গতিলেই ধৰা পাপ ত্যাগ কৰি, অমাৰ আগত নিৰূপণ কৰা পথত ধৌৰ্যেৰে লৰি, আমাৰ বিশ্বাসৰ অদি আৰু সিন্ধি কত্ত। যীশু- লৈ চাই থাকোহঁক। ২ তেওঁ আপোনাৰ অগিত থোৱা অনিন্দৰ নিমিত্তে অপমানকে হেলা কৰি, পেৰেণিৰ দঃখ সহন কৰি ঈশ্বৰৰ সিংহাসন সে। ফলে, বহি আছে। ৩ তোমোলাকে অপেনি অপেন মনেৰে যেন দুৰ্ব্বলী আৰু মূছিত নোহোৱা, এই নিমিত্তে যি জনাই পাপীহঁতৰ দ্বাৰাই আপোনাৰ অহিতে এনে বিৰেন্ধি কথা সহিলে, তেওঁক বিবেচনা কৰাহঁক। ৪ তোমোলাকে পপি অহিতে যুদ্ধ কৰি এতিয়া তেজ বোৱালৈকে বিৰোন্ধ কৰা নাই। ৫ আৰু পুত্ৰবিলাকৰ নিচিনাকৈ তোমোলাকলৈ যি উপদেশৰ কথা কোৱা গৈছে, বোলে, হে মোৰ পুত্ৰ প্ৰভুএ কৰা শাস্তি হেলা নকৰি- বা, আৰু তেওঁৰ ডাবি পাই বিমূচ্ছিত নহবা; ৬ কিয়নো প্ৰভুএ যাক মৰম কবে, তাকে শাস্তি দিও, অৰু আপুনি গুহ্য কৰা পুত্ৰ প্ৰতি জনকে কো- বাই, তোমোলাকে সেই কথা পাহৰিলা নে? ৭ এতেকে তোমোলাকে যদি শাস্তি সহন কৰা, তেন্তে ঈশ্বৰে পুত্ৰৰ নিচিনাকৈ তোমোলাকক ব্যৱহাৰ