পৃষ্ঠা:New Testament in Assamese.djvu/৩৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তিনথিলৈ প্রথম পত্র । ১৫ কিন্তু যদি পলম হয়, তেন্তে সত্যৰে স্তম্ভ অ িমূল ভেটি হোৱা যি ঈশ্বৰৰ ঘৰ, অর্থাৎ অমৰ ঈশ্বৰৰ মণ্ডলী, ততি তুমি কেনে অচিাৰ ব্যৱ- হাৰ কৰিব লগা, তুমি তাকে জানিবৰ নিমিত্তে ময় এই কথা তোমালৈ লিখিছে।। অাৰু ধৰ্মৰ এইবোৰ অতি নিগঢ় কথা অাছে, ইয়তি কোনো সংশয় নাই; ১৬ ঈশ্বৰ মানুহৰ ৰূপ শৰীলত প্রকাশ আৰু অত্মিাতে নিদুষী কৰা হৈ, দূতবিলাকৰ অগিত দর্শন দিয়া, বিদেশী লোকৰ আগত কীত্তন হোৱা, আৰু জগতৰ মাজত বিশ্বাসৰ পাত্ৰ হৈ পৰম ঐশ্বৰ্য্যৰ ওপৰ ঠাইলৈ গ্রাহ্য কৰা হল । ৪ অধ্যায়। it পবিত্র আত্মাই এই কথা প্রকাশ ৰূপে কৈছে, শেষ কলিত কেতেক লোকে সিহঁতৰ দোষাদোষ জ্ঞান তপত লোএ পুৰি ড়েৱাৰ দৰে উমান নোপোৱা হৈ, ২ কপটেৰে মিছা কথা কৈ, ভুল কৰা অত্মিা অ িভূতবিলাকৰ শিক্ষা মানি, ধর্মক পৰিত্যাগ কৰিব । ৩ সেই মিছ। কোৱা লোকে বিয়া কৰিবলৈ নি- সেধ কৰিব; বিশ্বাসী আৰু সত্য মনাবিলাকে গুণ কীত্তন কৈ গ্রাহ্য কৰি- বৰ নিমিত্তে যি খোৱা দুব্য সকল ঈশ্বৰে সুজিলে, তাক ত্যাগ কৰিবলৈ সিহঁতে অজ্ঞা দিব । ৪ কিন্তু গুণ কীৰ্ত্তনৰ দ্বাৰাই গ্ৰহণ কৰা হলে, ঈশ্ব- ৰে সজা কোনো বস্তু অগ্রাহ্য নহয়, সকলো উত্তম। কিয়নো ঈশ্বৰ বাক্য আৰু প্ৰাৰ্থনাৰ দ্বাৰাই সকলোকে পবিত্র কৰা হয় । ৬ এই হেতুকে তুমি এই সকলো কথা ভাইবিলাকক বুজালে, তুমি বিশ্বাস আৰু হিত উপদেশৰ যি কথা পালা, তাৰ দ্বাৰাই প্রতিপালন হৈ তুমি য়ীশু খ্রীষ্টৰ উত্তম সেক হব।। ৭ কিন্তু তুমি অপবিত্র আৰু বুৰীৰ অনর্থক উপকথাৰ পৰা আঁতৰ হৈ ধর্ম সেৱাৰ কথাত যতন কৰা; ৮ কিয়নো শৰলৰ যি যতন তাৰ ফল অলপহে, কিন্তু ধর্মৰ সেরা ইহকালৰ পৰকালৰে৷ প্রতিজ্ঞাযুক্ত হৈ সক- লো কথাত ফলন্ত হৈছে । ৯ এই কথা বিশ্বাসী অাৰু সকলোএ গ্রহণ কৰিবৰ যোগ্য; এই নিমিত্তে অমিও সকলো মানুহ আৰু বিশেষকৈ বিশ্বাসীবিলাকক ৰক্ষা কৰোতা যি অমৰ ঈশ্বৰ, তেওঁত আশা কৰি পৰিশ্রম কৰিছোঁ, আৰু নিন্দাও পাইছে।। ১১ তুমি এই কথাবিলাক উপদেশ দি দি শিকোৱা. । ১২ আৰু তুমি যুবা হোৱাত কোনো যেন হেলা নকৰে, এই নিমিত্তে অলিপি, অাচাৰ, প্রীতি, [ স্বভাব,] বিশ্বাস, আৰু শুচি হোৱা, এই সকলো কথাত তুমি বিশ্বাসী লোকলৈ আহি দেখাওঁতা হব।। নাহে। মানে পাঠ পহা, উপদেশ আৰু শিক্ষা দিয়া, এই সকলো কর্মত মন- যোগী হোৱা । ১৪ ভবিষ্যত বাকৰ দ্বাৰাই বৃদ্ধ লোকবিলাকে হাত দিয়াত তুমি যি দনি পাল, তাক অচিন্তা নকৰিবা । ১৫ অাৰু সকলোৰে আগত ১৩ ময়