১ ৬ অধ্য। আকাস ৰঙ্গা হৈছে। ৩ আৰু ৰাতিপুঅ তোমোলাকে বোলা, আজি বৰ- খুন হব, কিয়নো আকসি বঙ্গ। হৈচে আৰু মেঘাইচেও। তোমোলাকে আ- কাসৰ চিন বুজিব পাৰা, কিন্তু কালৰ চিন নো বুজিব নোঅৰ নে? দুষ্ট আৰু বেস্যালি লোকে চিন বিচাৰে, কিন্তু য়োনা ভবিস্যত বক্তৰ চিনৰ বাহিৰে সিহঁতক একো চিন দিয়া নহব। তেতিয়া তেঁও সিহঁতক এৰি গুচি গল। ৭ তোমে- ৫ পাচে সিপাৰ লৈ জোঅৰি সময়ত তেঁওৰ সিদ্যবিলাকে পিঠা নিবলৈ পাহৰিলে। ৬ তেতিয়া য়িচুএ সিবিলাকত কলে, তোমোলাকে ফিকচি অৰু চিকিবিলাকৰ খমিৰলৈ সাৱধান হব॥ তাতে সিবিলাকে ইজনে সিজ- নে বিবেচনা কৰি বুলিলে, অমি পিঠা ননী হেতুকে তেঁও এই কথা কৈছে। ৮ কিন্তু য়িচুএ তাকে জানি কলে, হে অল্প বিস্বসিবিলাক, তোমোলাকে পিঠা নন। হেতুকে ইয়ে সিয়ে কিয় এনে বিবেচনা কৰিচকি? লাকে এতিয়ালৈকো বুজা নাই নে? পাঁচোটা পিঠাৰে পাঁচ হেজাৰ মানুহক খুআই অগলিক কেই পাচি তুলি লৈচিলা; ১০ আৰু সাতোটা পিঠাৰে চাৰি হেজাৰ মানুহক খুআই বা কেই পাচি তুলি লৈচিল, সেই কথা তো- মোলাকৰ মনত পৰা নাই নে? ১১ ফিৰুচি আৰু চিকিৰ খমিৰলৈ সাৰ- ধীনে থাকিব। বুলি মই পিঠাৰ অৰ্থে এই কথা কোঅ নাই, তোমোলাকে ইয়াক কিয় নুবুজা : ১২ তেতিয়া তেঁও পিঠাৰ খমিৰলৈ নহই, ফিৰুচি আৰু চিকিহঁতৰ উপদেসলৈহে সাবধানে থাকিবলৈ দিলে, ইয়াকে সিবিলাকে বুজিলে। ১৩ পাচে য়িচুএ কৈচবিয়া ফিলিপিৰ সিমাৰ ভিতৰলৈ আহি তেঁওৰ সিস- বিলাকত সুধিলে, মানুহৰ পুত্ৰক মানুহবিলাকে কোন বুলি কই? ১৪ সিবি- লীকে তেঁওত কলে, কোনো এ বোলে, য়োহান বুৰ দিয়াওঁতা; কোনো বোলে, এলিয়া; অনি কোনোএ বোলে, য়িৰিমিয়া, বা ভবিস্যত বাবিলা- ১৫ তেঁও সিবিলাকত কলে, কিন্তু তোমোলাকে নো মোক কোন বোলা? ১৬ তাতে চিমোন পিতৰে উতৰ দি কলে, তুমি তামৰ ইৰৰ পুত্ৰ খ্ৰিষ্ট। ১৭ তেতিয়া য়িচূএ কি সমিধান কৰি বুলিলে, হেৰা য়োনাৰ পুতেক চিমেনি, তুমি সুখিয়া; কিয়নো তেজ মঙ্গহ থকা মানুহে তোমাক এই কথা দেখুউঅ নাই, কিন্তু মোৰ স্বৰগত থকা পিত্ৰিএহে দেখুআলে। অৰুি মই তেমিতি কঁও, তুমি পিতৰ (অৰ্থাত সিল,) আৰু এই সিলৰ ওপৰত মই আপোনাৰ মণ্ডলি পাতিম, আৰু পৰলোকৰ সক্তিএ তাক পৰা- জই নকৰিব। ১৯ আৰু মই তোমাক স্বৰগ ৰাজ্যৰ চাবি দিম; তাতে তুমি প্ৰিথিবিত জিহকে বন্ধ কৰা, সি স্বগতো বন্ধন হব; অৰু তুমি প্ৰিথিবিত জিহকে মুকলি কৰা, সি স্বগতো মুকলি হব। ২০ পচে তেঁওক খ্ৰিষ্ট বুলি কাতো নকবলৈ তেঁও আপোনাৰ সিদ্যবিলাকক সকত অগি দিলে। কৰ এজন। ১৮
পৃষ্ঠা:New Testament in Assamese.djvu/৩৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই