১২ অধ্যায়। ১৩. নিমিত্তে আনন্দেৰে মোৰ দুৰ্বলত প্ৰশংসা কৰিম। ১০ আৰু খীষ্টৰ নি- মিত্তে দুৰ্ব্বল, নিন্দা, দৰিদু, তাৰণা, ক্লেশ, এই সকলো কথাত সন্তোষ হৈ প্ৰশংসা কমি; কিয়নো যেতিয়া ময় আপুনি দুৰ্ব্বলী, তেতিয়া বলৱন্ত হৈছে।! ময় [অপেনি প্ৰশংসা কৰাত] নিবুন্ধি যেন হৈছে, কিন্তু তোমোলাকেহে তাক কৰালা; মই তোমোলকিৰ পৰা প্ৰশংসা পোৱা উচিত আছিল, কিয়নো ময় একো নহলেও পাঁচনিবিলাকৰ প্ৰধীনতকৈ এফেৰিও সৰু নহওঁ। ১২ সকলো প্ৰকাৰ ধৌয, আৰু অশ্চিতি কৰ্ম, অদ্ভুত লক্ষণ, আৰু পৰাক্ৰমেৰে পাঁচনিৰ চিন তোমোলাকৰ মঝিত প্ৰকাশ কৰা হৈছিল। তোমোলাকৰ ওপৰত মোৰ প্ৰতিপালনৰ ভাৰ নিদিলো, ইয়াত বাঝে তোমোলাক অন কোন কথাত অন্য মণ্ডলীতকৈ হীন হৈছিল। সেই মোৰ দোষ খেমা কৰা। ১৪ দেখা, এই তৃতীয় বাৰ তোমোলাকৰ ওচৰলৈ যাব- লৈ মুগুত হৈছে; আৰু প্ৰতিপালনৰ ভাৰ তোমোলকিৰ ওপৰত নিদিম; কিয়নো তোমোলাকৰ সম্পত্তিৰ বিচাৰ নকৰি, তোমোলকিকহে বিচাৰে; মাক বাপেকৰ নিমিত্তে লৰাই উচিব লগা নহয়, লৰাৰ নিমিত্তেহে মাক বাপে- কে সঁাচিব লগা। অৰু মই তোমোলাকক অধিক অধিক প্ৰীতি কৰাতো তোমোলাকে যদি মোক অলপ অলপকৈ প্ৰীতি কৰ, তেও তোমো- লাকৰ পৰিত্ৰাণৰ নিমিত্তে ভগন কৰিবলৈ অৰু ভগন হবলৈকো ময় সন্তোষ হৈ আছে। ১৬ এই কথা হওক, তোমোলকিক ভাৰ নিদিলে; টেঙ্গৰ হৈ কোনো ছলেৰে তোমোলাকক ধৰিলে॥ ১৭ তোমোলাকৰ ওচ- ৰলৈ যিবিলাকক পঠালো, সিবিলাকৰ কোনোৰ দ্বাৰাই ময় কিছু লাভ উলিয়ালে। নে? ১৮ তোমোলাকৰ ওচৰলৈ যাবলৈ তিতক মিনতি কৰি তেওঁৰ লগত এজন ভাই পঠাইছিলোঁ। তিতে তোমোলাকৰ পৰা লাভ উলিয়ালে নে? অমি দুয়ো একে আত্মাৰে একে খোজতে গমন নকৰিলে। নে? ১৯ আৰু কওঁ, তোমোলাকৰ অগিত আমি দোষৰ উত্তৰ দিছে, ইয়াকে বুঝিছা নে? খীষ্টৰ নামেৰে ঈশ্বৰৰ অগিত কথা কওঁ; কিন্তু হে প্ৰিয়- বিলকি, তোমোলকি ধৰ্মত বন্ধি হবলৈহে সকলোকে কৰে। কিয়নে। মই যোৱা কলিত কিজানি তোমোলকিক মোৰ ইচ্ছাৰ দৰে হোৱা নেদে খিম, আৰু তোমোলাকেও ইচ্ছাৰ দৰে মোক নেদেখিবা, আৰু তো- মোলাকৰ মাঝত বদি বিবাদ, অসূয়া, ক্ৰোধ, দন্দ, ফুচুকিয়া কোৱা, খঙ্গ গি, হুৰামুৰা, এই সকল হব; ২১ তীতে পুনৰ্ব্বাৰ গলে মোৰ ঈশ্বৰে মোক নমভুত কৰিব; আৰু যিবিলাকে তাগেয়ে পাপ কবি, পাছে অপুনি কৰা অশুচি অৰু বেশ্যা কৰ্মা আৰু কাম অভিলাষৰ কাৰণে একো খেদ কৰা নাই, এনে অনেক মানুহক দেখি সিবিলাকৰ নিমিতে মোৰ মনত শোক হব, ইয়ালৈ মোৰ ভয় আছে। ২ ০
পৃষ্ঠা:New Testament in Assamese.djvu/৩৪২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই