পৃষ্ঠা:New Testament in Assamese.djvu/৩৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰিন্থীলৈ দ্বিতীয় পত্ৰ। সঙ্কটত, সাগৰৰ সঙ্কটত, ভাৰি কোৱা ভাইবিলাকৰ সঙ্কটত, ২৭ পৰিশ্ৰম অৰুি ক্লেশত, বাৰে বাৰে পৰ দিয়াত, ভোক আৰু পিয়াহ লগাত, অনেক বাৰ লঘোনত, জীবিত, উদঙ্গ হোৱাত, ২৮ আত্ তাত বাহিৰে মোৰ ওপ- ৰত পৰা যি যি নানা কাৰ্য, অ দিনে পতি অটাই মণ্ডলীৰ চিন্তাৰ ভাব, এই সকলোতে দুঃখ ভোগ কৰিলে। ২৯ যি জনৰ দূৰ্ব্বল হোৱাত ময়ে। দৰ্ব্বলী নহওঁ, এনে জন কোন আছে? যি জনৰ বিঘিনি হোৱাত মই তাপিত নহওঁ, এনে জন বা কোন আছে। ৩০ ময় যদি আপোন প্ৰশংসা কৰ লগা হৈছে, তেন্তে মেৰি দুৰ্বলৰ কথাত্ প্ৰশংসা কৰিম। ৩১ ময় যি কথা কৈছে, সেয়ে মিছা নহয়, তাক আমাৰ প্ৰভু যীশু খৃীষ্টৰ পিতৃ সৰ্ব্বদাই ধন্য ঈশ্বৰে জানে। ৩২ আৰু দামেচক নগৰত অৰিত। ৰজাৰ তলৰ অধিকাৰে সেনাই সৈতে সেই দামেচক নগৰ ৰাখেতে মোক ধৰিবলৈ ইচ্ছা কৰিলে, কিন্তু, গৰৰ এক বোন্দেদি পাচিৰে নমাই দিয়া হৈ তেওঁৰ হাতৰ পৰা সাৰিলে॥ ১২ অধ্যায়।

ময় আপুনি আপোনাকে প্ৰশংসা কৰিবলৈ উচিত নহয়, তথাপি ভুএ দিয়া দৰ্শন আৰু প্ৰকাশ কৰা বাক্যৰ বিবৰণ কৰিম। ২ চৈধ্য বছৰৰ অগেয়ে খ্ৰীষ্টত আশ্ৰয় লোৱা এজন মানুহক জানিলোঁ; সি শৰীলত অ- ছিল নে, শীলৰ বাহিৰে আছিল, তাক ময় নেজানে, ঈশ্বৰে জানে; এনে মানুহক তৃতীয় সুৰ্গলৈ নিয়া হল। ৩ ময় এনে মানুহক জানিলে; শৰী- লত অছিল নে, শৰীলৰ বাহিৰে আছিল, ময় নেজানো, ঈশ্বৰেহে জানে। ৪ সেই জনক সুখৰ থানলৈ নিয়া হলত তেওঁ অনিচনীয় অ িমানুহে কব নোপোৱা কথা শুনিলে। ৫ সেই মানুহৰ কথাত মই প্ৰশংসা কৰিম, কিন্তু দুৱঁলৰ বাহিৰে মোৰ আন আপোন একো কথাত প্ৰশংসা নকৰোঁ। ৬ কিন্তু যদিও আপোনাক প্ৰশংসা কৰে, তেও অজ্ঞানী নহওঁ, কিয়নে। স্বৰূপকৈ কওঁ; কিন্তু কোনো মানুহে মোক যি ৰূপ দেখিছে, বা মোৰ কথা যি ৰূপে শুনিছে, সি তাতকৈ মোক, ডাঙ্গৰ যেন নেমানে, এই নিমিত্তে ময় কবলৈ এৰিছে। আৰু সেই অধিক প্ৰকাশিত বাক্যৰ দ্বাৰাই ময় অপৰিমাণ ৰূপে অভিমান যেন নকৰে, এই নিমিত্তে মোৰ অপৰিমিত অভিমান নহবলৈ শৰীৰত এটা কাইট, অৰ্থাৎ ছয়তানৰ এক দূত মেকি বি- ঘিনি কৰিবলৈ দিয়া হৈছিল। ৮ এই হেতুকে সেয়ে মোৰ পৰাযেন দূৰ হয়, এই নিমিত্তে প্ৰভুৰ অগিত তিনিবাৰ কাকুতি কৰিলো। ৯ তাতে তেওঁ মোত কলে, তোমালৈ মোৰ অনুগ্ৰহে যুৰিব; কিয়নো তোমাৰ নিৰ্ব্বলত মোৰ শক্তি সিন্ধি হব। এই হেতুকে খ্ৰীষ্টৰ শক্তি যেন মেত নিবাস কৰে, এই ৭