পৃষ্ঠা:New Testament in Assamese.djvu/৩০০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কমীয়ালৈ পত্ৰ। ১৬ অধ্যায়। ১ . কেক্ৰিয়া নগৰৰ মণ্ডলীৰ সেৱকিনী ফৈবী নামেৰে আমাৰ ভন ক তো- মোলাকে প্ৰভুৰ শৰণীয়া জানি যেন গ্ৰহণ কৰিবা, ২ আৰু যি কৰ্মত তেওঁৰ প্ৰয়োজন হয়, সেই কৰ্মত তোমাকে যেন উপকাৰ কৰিবা, এই নিমিত্তে মই তেওঁৰ অৰ্থে তোমো কিলৈ নিবেদন কৰিছে; কিয়নো তেওঁ অনেক লোকক আৰু মোকো উপকাৰ কৰিলে। যশু খ্ৰীষ্টৰ সেৱাত মোৰ লগৰ সহায় হেৰ, তাৰু মোৰ প্ৰণিৰ নিমিত্তে আপোনাৰ ডিঙ্গি পাতি দিয়া. এনে যি প্ৰিহিল। আৰু অকুলা, সিবিলাকক মোৰ নমস্কাৰ জনাব!।

  • সিবিলাকৰ গণ অকল মই কওঁ, এনে নহয়, বিদেশীৰ আটাই মলীৰ

লোকেও কয়। ৫ আৰু সিবিলাকৰ ঘৰত থকা মণ্ডলী লোককে নমস্কাৰ জনাব। অচিয়া দেশৰ প্ৰথমে হোৱা খীষ্টৰ যি শিষ্য, এনে মোৰ প্ৰিয় এপৈনেক নমহৰি জনাবা। তামালৈ বহু শ্ৰম কৰা মৰীয়ামক নমস্কাৰ জনাবা।। পাচনিবিলাকৰ মাঝত যশস্য। পোৱা, আৰু মোতকৈ অগৈ এ খ্ৰীষ্টত আশ্ৰয় কৰা, এনে মোৰ জ্ঞাতি আৰু লগৰ বন্দীয়াৰ যি অনিক আৰু জুনিয়া, সিবিলাকতো মোৰ নম ফাৰ জনাবা। প্ৰভুৰ শিষ্য মোৰ প্ৰিয় অয়িত নমস্কাৰ কব॥ খ্ৰীষ্টৰ সেৱাত অমাৰ লগৰ সহায় উৰ্বান আৰু মোৰ প্ৰিয় স্তখুত নম কৰি জনাবা। খীষ্টৰ স্বৰূপ ভকত আপেলিত মোৰ নমস্কাৰ জনাবা; আৰিস্তলৰ পৰীয়ালতো নমস্কাৰ কব॥ ১১ মোৰ ডাতি হেৰোদিয়োনত নমস্কাৰ কৰা নাকিচৰ পৰয়ালৰ মাঝব যিবিলাক প্ৰভুৰ অশ্ৰয়ত আছে, সিবিলাকতো নমস্কাৰ জনাবা। সেৱাত শ্ৰম কৰা ক্ৰফেনা আৰু ক্ৰফেচাক নমস্কাৰ জনাবা। প্ৰভুৰ সেৱাত অতি শ্ৰম কৰা প্ৰিয় পচিকো নমস্কাৰ জনাবা। ১৩ প্ৰভুৰ মনোনীত ৰুফত, আৰু তেওঁৰে। মোৰো অইত নম কৰি কব। অৰু অচিনক্ৰিত, ফিলে, গেনি, হৰ্মা, পত্ৰিকা, হৰ্মি, আৰু এইবিলাকৰ লগৰ ভাইবিলাকতো মোৰ নম স্কৰি কব॥ ১৫ আৰু ফিললগ, জুলিয়া, নিৰু আৰু তেওঁৰ ভনীয়েক, আৰু ওলুম্পা, আৰু ইবিলাকৰ লগত থকা পবিত্ৰ লোক সকলতো নমস্কাৰ জনাবা। তোমোলাকে ইটে সিটে পবিত্ৰ চুমাৰে নমস্কাৰ কৰিব। খ্ৰীষ্টৰ মণ্ডলীবিলাকে তোমোলাকত নমস্কাৰ জনাইছে। ১৭ হে ভাইবিলাক, তোমোলাকে যি যি উপদেশ শিক্ষা পালা, তাৰ বিৰোন্ধে যিবিলাকে তমিল আৰু বিঘিনি কৰাই, সেইবিলাকক সাৱধানে চাই সিহঁতে সৈতে যেন ব্যৱহাৰ নকৰা, মই এই মিনতি কৰিছো। যনো এনে মানুহবিলাকে অমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ সেৱা নকৰি আপোনাৰ পেটৰ অভিলাষৰ সেৱা কৰে; আৰু উত্তম কথা সুন্দৰ বাক্যেৰে অকুটিল লোকৰ মন ভুলাই। ১৯ কিন্তু তোমোলাকে অজ্ঞা মনৰ কথা সকলে। ১২ প্ৰভুৰ ১৪ ১৮ কি-