পাঁচনিৰ কৰম। অপেনিকি শুচি কৰোতে অচিয়া দেশৰ কেতবোৰ য়িহুদি মানুহে মন্দি- ৰৰ মাঝত মোক পালে। ১৯ সিহঁতে মোৰ অহিতে যদি কোনো কথা কবলৈ আছে, তেন্তে তোমাৰ ওচৰলৈ আহি আপুনি প্ৰমণি দিব পাই; ২০ নতুবা প্ৰধান মেলৰ মানুহৰ আগত থাকোতে, মৰবিলাকৰ উঠানৰ নিমিত্তে মই অজি তোমোলাকৰ সোধত পৰিলোঁ, সিহঁতৰ মাঝত থিয় হৈ এই যি এটি কথা মই ৰিঙ্গিয়ই কলে, ২১ তাত বাঝে মোৰ গতি আৰু কি দোষ পালে, এই মানুহবিলাকে অপিনি কওক। ২২ এই কথা শুনিলত ফিলিকে অগিতকৈ সেই পথৰ বিশেষ বুঝ পাই, সিহঁতক অন দিনলৈ ৰাখি থৈ বুলিলে, লুচিয়া হজিৰকিয়া আহিলে তোমোলাকৰ গোচৰ নিশ্চয় কৰিম। ২৩ পাছে বন্ধন নোহোৱাকৈ পে- লক ৰাখি, মিতিক তেওঁৰ অলি ধৰিবলৈ বা ওচৰলৈ আহিবলৈ হক যেন নিদিব, শইকিয়াক এনে তজ্ঞা কৰিলে। ২৪ দিন চাৰেকৰ পাছে ফিলিক আৰু য়িহুদা দেশী দ্ৰুচীলা নামেৰে অ- পোনাৰ ভাৰ্য। দুয়ো আহি পৌলক মাতি অনি, তেওঁৰ মুখৰ পৰা খ্ৰীষ্ট ধৰ্মৰ কথা শুনিলে। ২৫ যেতিয়া তেওঁ ন্যায়, ইন্দ্ৰিয় দমন, অৰুি ভবি ষ্যত সোধ, এইবিলাকৰ কথা কলত ফিলিকে কপিব ধৰি সমিধান দিলে, এতিয়া হলে যোৱা, মই আজৰি পালে পাছে তোমাক মতই আনিম। ২৬ অৰু পৌলে আপোনাক মেলিবৰ নিমিত্তে মোক ধন দিব, এই আশা কৰি ঘনে ঘনে তেওঁক মতাই অনি কথোপকথন কৰিলে। দুইবছৰৰ পাছত পৰ্কিয় ফিষ্টে ফিলিৰ বিষয় পলিত, ফিলিকে য়িহুদি- বিলাকক সন্তোষ কৰিবলৈ ইচ্ছা কৰি পৌলক বন্দীয়াৰতে থৈ গল। ২৭ কিন্তু ২৫ অধ্যায়। গল। ফিস্ট সেই ৰাজ্যলৈ আহি তিন দিনৰ পাছত কৈচৰীয়াৰ পৰা য়িছালমলৈ ২ তাতে বৰ পেৰোহিত আৰু য়িহুদিবিলাকৰ প্ৰধান মানুহে তেওঁৰ অগিত পৌলক অপবাদ দিলে; ৩ আৰু বাটতে খাপ দি পৌলক মাৰি- বৰ অশয়েৰে ফিষ্টে যেন তেওঁৰ অহিতে সিবিলাকক অনুগ্ৰহ কৰি তেওঁক য়িৰুছলিমলৈ অনাব, ইয়াকে প্ৰাৰ্থনা কৰি কলে। ৪ কিন্তু ফিষ্টে উত্তৰ দি বুলিলে, পৌলক কৈচৰীয়াত ৰাখিব, আৰু অলপ দিনৰ পাছতে মই আপুনি তালৈকে যাম। ৫ তাতে যদি সেই মানুহৰ কোনো জগৰ জাতি আছে, তোমোলাকৰ মাঝৰ যি কেই জনে পাৰে, ময়ে সৈতে গৈ তাৰ বাদৰ পদ প্ৰমাণ দিক। পাছে সিবিলাকৰ লগত আঠ দহ দিনতকৈ অধিক নেথাকি তেওঁ কৈচৰীয়ালৈ গৈ, পাছ দিন। সেধিৰ অসিনত বহি- এই পৌলক অনিবলৈ অজ্ঞা কৰিলে। ৭ পাছে পৌল আহিলত য়িৰু,
পৃষ্ঠা:New Testament in Assamese.djvu/২৬৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই