২ ৫৮ পাঁচনিৰ কৰম। না কৰোঁতে মস্থিত হলো। ১৮ তাতে মোক প্ৰভুএ দেখা দি কলে, তুমি বেগতে ছি। লমৰ পৰা যোৱা, কিয়নো সিবিলাকে মোৰ তৰ্থে তোমাৰ প্ৰমাণ নলব। ১৯ তেতিয়া মই কলো, হে প্ৰভু, মই যে তোমাৰ বিশ্বাসী মানুহক বন্দীশালত থৈ, অৰু সকলো নাম ঘৰত কোবাই আছিলো; ২০ আৰু তোমাৰ সাক্ষী দ্ভিফানৰ তেজ উলিওৱাৰ কলিত মই অপুনি ও ৰত থিয় হি মাৰিবলৈ সন্মতি দি তেওঁক মৰবিলাকৰ কপিৰ ৰাখিছিলো- ইয়াক সিবিলাকে জানি আছে। ২১ তাতে তেওঁ কলে, যোৱা, তেমকি, দূৰৈলৈ বিদেশী লোকৰ কোষৰলৈ পাচিম। ২২ এই খিনিলৈকে পৌলৰ কথা শুনি সিহঁতে ৰিঙ্গ মাৰি কলে, এনে মানুহক ভূলোকৰ পৰা দূৰ কৰা, ই জীয়াই থাকিবই নেপাই। ২৩ ইয়াকে বুলি সিহঁতে তাপোনাৰ কপিৰ পেলাই ওপৰলৈ ধূলী সিঁচিলত, ২৪ হাজৰ- কিয়াই পৌলক ঘৰ কাৰেঙ্গৰ ভিতৰলৈ নিবলৈ অজ্ঞা কৰিলে, আৰু তেওঁৰ অহিত মানুহবিলাকে কিহৰ নিমিত্তে এনে এৰাও কৰিছে, ইয়াকে বুঝিব- লৈ তেওঁক চাবুকেৰে মাৰি সুধিব দিলে। ২৫ পাছে তেওঁক বটিৰে বান্ধি- বলৈ ধৰাত পৌলে অগিত থকা শইকিয়াত কলে, দোষ নপৰাকৈ মিয়া মানুহক ভূমি মাৰিব পোৱা নে? ২৬ শইকিয়াই এই কথা শুনি হাজকিয়াৰ কোষলৈ গৈ কলে, তুমি যি কৰিব খোজা, তালৈ সাবধান হোৱা, কি- নে। সি ৰুমিয়া মানুহ। ২৭ তেতিয়া হাজকিয়াই আহি তেওঁত সুধিলে তুমি ৰুমীয়া মানুহ হোৱা নে, মোত কোৱা। তেওঁ কলে, হওঁ। ২৮ হাজ- কিয়াই সমিধান দি কলে, মই ভালেমান ধন ভৰিহে এই বিষয় পালে॥ পৌলে বুলিলে, মই উপজি এই পালা। ২৯ এই হেতুকে যিবিলাকে তেওঁক সোধ পোচ কৰিবলৈ ধৰিছিল, সিবিলাকে তেতিয়াই তেওঁৰ ওচৰৰ পৰা গুছি গল; আৰু হাজকিয়াই তেওঁক ৰুমিয়া মানুহ বুলি জানি, অপুনি যে তেওঁক বান্ধিছিল, তাৰ কাৰণে ভয় কৰিলে। পছ দিন। য়িহুদিবি। লাকে পৌলক কি অপবাদ দিছিলে, তাৰ নিশ্চয় জানিবৰ মনেৰে হাজৰ- কিয়াই তেওঁৰ বান্ধ মেলি প্ৰধান পোৰোহিতবিলাক আৰু ধৰ্ম মেলৰ সক লোকে আহিবলৈ অজ্ঞ। কবি, পৌলক নমাই আনি সিবিলাকৰ আগত থলে। ২৩ তায়ি। 4 পাছে পৌলে মেললৈ একে ঠৰে চাই কলে, হে ভাই সকল, আজিলৈকে নিশ্চয় অকুটিল মনেৰে ঈশ্বৰৰ অগিত আচাৰ প্ৰবৰ্তি আছে। হনানিয়া মামেৰে বৰ পোৰোহিতে ওচৰৰ মানুহক তেওঁৰ মুখত চৰ মাৰিবলৈ তাত্তিা কৰিলে। ৩ তেতিয়া পৌলে তেওঁত কলে, হে বগাকৈ লিপ। গৰ,
পৃষ্ঠা:New Testament in Assamese.djvu/২৬৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই