১২ অধিi1 হৈ$ে1; এই হেতুকে তোমোলাকে আপোনাৰ ওপৰত মোৰ জু অলি লো- আ, আৰু মোৰ মুখে সিখ্য পোআ; তাতে তোমোলাকে আপোনাৰ মনলৈ জিৰনি পাবা। ৩০ কিয়নো মেৰি জু অলি ঢিল, আৰু ভৰো লঘু। ১২ আসি। - সেই কালত য়িচুএ বিসমি বাৰত খেতিৰ মাজেদি উঁওতে, তেঁওৰ সিস্যবি- লাকৰ ভোক লাগিলত সহৰ চেই চিঙ্গি চিঙ্গি খাব ধৰিলে। ২ ফি- চিবিলাকে তাকে দেখি তেঁওত কলে, দেখ, তোমাৰ সিস্যবিলাক বিস্ৰাম ৰাৰত কৰিব নোপোজ জি কম, তাকে কৰিছে। ৩ তেতিয়া তেঁও সি- হঁতক বুলিলে, দাবিদ আৰু তেঁওৰ লগৰ মানুহৰ ভোক লাগিলত তেঁও জি ৰুপে ইস্বৰৰ ঘৰত সোমাই, ও তেঁও আৰু লগৰ মানুহেও খৰি নোপোকা, কেৱল পোৰোহিতবিলাকে খবি পোআ ইস্বৰৰ আগত দিয়া জি পিঠা, তাকে খালে, এনে জি কৰম কৰিলে, তাক তোমোলাকে কেতিয়াও পহ। নাই নে। ৫ নাইবা পোৰোহিতবিলাকে মন্দিৰত বিসাম বাৰে বিম দিনক অপবিত্ৰ কষিয়ে নিদু সি হই, বিধান সন্ত্ৰত বা তাক পহা নাই? ৬ কিন্তু মই তোমোলকিত কৈচো, এই ঠাইত মন্দিৰতকৈও মহান এজন অচে। ৭ আৰু মই বলিদান নোখোজে, দায়াহে খোজে, তোমোলাকে এই কথাৰ অৰ্থ জনা হলে, তেন্তে নিদু সিবিলাকক দুসি নকৰিলহেঁতেন। ৮ কিয়নে। মানুহৰ পুত্ৰ বিসমি বাৰৰো অধিকাৰ। ১ পীচে সেই ঠাইৰ পৰা গৈ তেঁও সিহঁতৰ নাম ঘৰত সোমাল। ১০ আৰু দেখা, সুকাই জোঅ হাতেৰে এজন মানুহ তাতে আচিল। তেতিয়া য়িকে অপবাদ দিবৰ নিমিতে সিহঁতে তেঁও সুধিলে, বোলে, বিসমি বাৰত নৰি- যাক স্বস্থ কৰিব পাই নে? ১১ তাতে তেঁও সিহঁতত কলে, জাৰ এটা মেৰ থাকে, সেই মেৰ বিমি বৰিত জদি গতত পৰে, সি তাক ধৰি নুতুলিব, তোমোলাকৰ মাজত এনে কোন মানুহ আচে? ১২ মেৰতকৈ তেন্তে মানুহ কিমান উতম? এই হেতুকে বিমি বৰিত ভাল কৰম কৰিব লগা হই। ১৩ পাচে তেঁও সেই মানুহত কলে, আপোনাৰ হাত মেলা। তাতে সি হাত মেলিলত, অনি হাতৰ নিচিনা তাক স্বস্থ কৰা হল। ১৪ তেতিয়া ফিৰুচিবিলাকে বাহিৰলৈ গৈ জি ৰুপে তেঁওক বধিব পাৰে, তেঁওৰ বিৰোধে এনে অলিচ কৰিলে। ১৫ কিন্তু য়িএ তাকে জানি তাৰ পৰা গুচি গল; আৰু অনেক লোক সমুহ তেঁওৰ পাচত গলত তেও সক- লোকে স্বস্থ কৰিলে; ১৬ অৰু তেঁওক প্ৰকাস ন কৰিবলৈ সিহঁতক অগ্যি। দি বাধা কৰিলে। ১৭ তাতে ৰিচয়। ভবিস্যত বক্তাৰ দোঅৰিাই জি কথা কোঅ হৈচিল, সেয়ে সিধি হল, অৰ্থাত মোৰ জি সেৱক মই মনোনিত কবি-
পৃষ্ঠা:New Testament in Assamese.djvu/২৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই