২৩৪ পাচনিৰ কম। ২ ০ কবলৈ ধৰোতেই, অ দিতে আমাৰ ওপৰত যেনেকৈ পবিত্ৰ আত্মা পৰিছি। লে, তেনেকৈ সিবিলাকৰ ওপৰতো পৰিল। ১৬ তাতে য়োহানে পানীত বুৰ দিয়ালে হয়, কিন্তু তোমোলাকে পবিত্ৰ আত্মতি বুৰ দিওৱা হব, এই ষি কথা প্ৰভুএ কৈছিলে, সেই কথা তেতিয়া মোৰ মনত পৰিল। ১৭ এতেকে প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰা যি অমি, অমকি ঈশ্বৰে যি দান কৰিলে, তাকে তেওঁ সিবিলাককে দিয়াত ঈশ্বৰক নিবাৰণ কৰিবলৈ মই কেন? ১৮ এই কথা শুনিলত সিবিলাকে নিজম দি ঈশ্বৰক স্তুতি কৰি কলে, তেনে হলে পৰম আয়ুষ পবিৰ নিমিত্তে ঈশ্বৰে বিদেশী লোককে মনৰ পালটন দিলে। ১৯ সেই কালত স্তিফনিৰ কথাত ওলোৱা তাৰণাৰ নিমিত্তে যিবিলাক গোট গোট হৈছিল, সেইবিলাকে ফৈনীকিয়া আৰু কুপ্ৰ অৰুি আন্তিয়খিয়ালৈকে ফুৰি, কেৱল য়িহুদি লোকত বাঝে কাৰো অগিত ঈশ্বৰৰ কথা নকলে। কিন্তু সিবিলাকৰ মাঝত কুপ্ৰ আৰু কুৰীণীৰ জন চাৰে অন্তিয়খিয়া- লৈ আহি বিদেশী য়িহুদিবিলাকৰ অগিত প্ৰভু যীশুৰ কথা কীত্তন কৰি- লে। ২১ অৰু প্ৰভুৰ হাতি সিবিলাকৰ সহায় হোৱাত তালেমান মানুহে বিশ্বাস কৰি প্ৰভুলৈ পালটিল। ২২ এই কথাৰ বাওঁ। য়িৰুছলিমৰ মণ্ডলী লোকবিলাকৰ কাণত পৰিলগৈ; তাতে সিবিলাকে অন্তিয়খিয়ালৈকে যাবলৈ বৰ্ণবিক পাচিলে। ২৩ তেওঁ সেই নগৰ পাই ঈশ্বৰৰ অনুগ্ৰহ দেখি আনন্দ হল, অৰু তেওঁ আপুনি সাধু অৰু বিশ্বাসেৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ, মনৰ নিশ্চয়েৰে প্ৰভুত আসক্তি হৈ থাকিবলৈ সকলোকে উপদেশ দিলে। ২৪ তাতে প্ৰভুৰ ফাললৈ অনেক শিষ্য বহোৱা হল। ২৫ পাছে চৌলক বিচাৰিবলৈ বৰ্ণাবই তা নগৰলৈ গল, অৰুি তেওঁক পাই অন্তিয়খিয়ালৈ আনিলে। ২৬ তাতে সি- বিলাকে মণ্ডলীৰ লগত এবছৰলৈকে থাকি বহু মানুহক উপদেশ দিলে। আৰু অন্তিয়খিয়া নগৰতেই প্ৰথমতে শিষ্যবিলাকক খ্ৰীষ্টীয়ান নামেৰে বোলা হল। ২৭ সেই কালত ভবিষ্যত বাবিলাক য়িৰুছলিমৰ পৰা অন্তিয়খিয়ালৈ অহি, ২৮ সিবিলাকৰ মাঝৰ আগাব নামেৰে এজনে উঠি, আত্মাই শি- কোৱাত অটাই দেশৰ বৰ একাল হব বুলি জনালে। ক্লৌদিয় কৈচৰৰ কলিত সেই কথা ঘটিল। ২৯ তাতে শিষ্যবিলাকে গাই গাই শক্তিৰ দৰে য়িহুদা দেশত থকা ভায়েকবিলাকৰ প্ৰতিপালনৰ নিমিত্তে দান পঠাবলৈ ঠাৱৰ কৰি, ৩০ বাবা আৰু চৌলৰ হাতত বৃদ্ধ লোকৰ তলৈ পঠাই দিলে।
পৃষ্ঠা:New Testament in Assamese.djvu/২৩৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই