(য়োহান। অনি শিষ্যবিলাকে তেওত কলে, আমি প্ৰভূক দেখিলো। কিন্তু সি বুলিলে, তেওঁৰ হাতত মই গজালৰ চিন নেদেখিলে, আৰু গজলিৰ সেই চিনত মোৰ অঙ্গুিলী নুসুমালে, আৰু তেওঁৰ কোষত হাত নিদিলে, নপতিয়াওঁ। ২৬ অঠি দিনৰ পাছে শিষ্যবিলাকে থোমাই সৈতে একে ঠাই হৈ দুৱৰি মাৰি ভিত- বত আছিল; এনে সময়তে যীশু শিষ্যবিলাকৰ মাঝত থিয় হৈ কলে, তোমোলাকৰ কুশল হওক। ২৭ পাছে তেওঁ থোমতি কলে, ইয়াত অঙ্গুিলী দি মোৰ হাত চোৱা, আৰু হাত মেলি মোৰ কোষত দিয়; আৰু অবিশ্বাসী নহৈ বিশ্বাসী হোৱা। ২৮ তেতিয়া থোমাই সমিধান দি তেওঁক বুলিলে, হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰ! ২৯ তীতে যীশু এ কলে, মোক দেখাৰ কাৰণে তুমি বিশ্বাস কৰিছা; যিবিলাকে নেদেখিও বিশ্বাস কৰে, সেই- বিলাকেই ধন্য। ইয়াত বাবেও যিবোৰ এই পৃথিত লিখা নাই, এনে অনেক অনেক অশ্চৰিত কৰম যীশু শিষ্যবিলাকৰ অগিত কৰিলে; ৩১ কিন্তু যীশু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমোলাকে বিশ্বাস কৰা, অৰুি বিশ্বাস কৰি তেওঁৰ নামেৰে পৰম আয়ুষ যেন পোৱা, এই নিমিত্তে এইবিলাক কথা লিখা হল। ২১ তাধায়। দিলে। তাৰ পাছে তিবেৰীয়া সাগৰৰ দাঁতিত যীশুএ আকও শিষ্যবিলাকক দেখ। ২ তেওঁ আপোনাক দেখুয়াৰ এই ৰূপ; চিমোন পিতৰ, আৰু যকি দিদম বোলে, সেই থোমা, আৰু গালীলৰ কান। নগৰত থকা নিথনেল, আৰু যবিদিৰ পুতেকবিলকি, অৰু অন দুজন শিষ্যে, এইবিলাক একে ঠাই হলত, ৩ চিমনি পিতৰে সিবিলকিত কলে, মই মাছ মাবিলৈ যাওঁ। সিবিলাকে বুলিলে, তেন্তে আমিও তোমাৰ লগত যাও। তাতে সিলিলাকে বাহিৰ ওলাই তেতিয়াই নাৱত উঠিল; কিন্তু সেই ৰাতি একো মাছ নেপালে। ৪ পাছে ৰাতি পুয়ালত যীশুএ বামত থিয় হল, কিন্তু তেওঁ যে যীশু, ইয়াক সিবিলাকে নেজানিলে। ৫ তেতিয়া যীশুএ সুধিলে, হে লৰাটিহঁত, লাকৰ লগত কিবা খোৱা বস্তু আছে নে? সিবিলাকে সমিধান দি কলে, ৩ তেতিয়া তেওঁ কলে, নাৱৰ সো ফালে জলি পেলাই তাতে পাব। এই হেতুকে সিবিলাকে জাল পেলতে বহু মাছৰ ভৰত সিবিলাকে তাক টানি অনিবই নোৱাৰিলে। তাতে যীশুৰ প্ৰিয় শিষ্যে পিতত কলে, এৱেই প্ৰভু। এৱেই প্ৰভু বুলি চিমেন পিতৰে শুনি উদঙ্গ হৈ থকাত গাত ছোলা পিন্ধি ঝাঁপি মাৰি সাগৰত পৰিল। ৮ অনিবিলাক শিষ্যে মাছে সৈতে জাল টানি টানি সৰু নাৱেৰে তীৰলৈ আহিল, কিয়নো সিবি- তোমে- নাই। 9
পৃষ্ঠা:New Testament in Assamese.djvu/২১৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই