যোহান। . যেন পেঙ্গেৰ্ণিৰ ওপৰত নেথাকে, কিয়নো সেই বিশ্ৰাম বাৰ বৰ দিন অ- ছিল, সেই নিমিত্তে সিবিলাকৰ ভৰি ভাঙ্গি শ গুছাবলৈ য়িহুদিবিলাকে পি- লতিৰ আগত প্ৰাৰ্থনা কৰিলে। ৩২ তীতে সেনাবোৰ অহি মীৰ লগত পেৰেঙ্গণিত মৰা প্ৰথম আৰু দ্বিতীয়টৰে ভৰি ভাঙ্গিলে। ৩৩ পাছে ৰীৰ ওচৰলৈ গৈ তেতিয়াই তেওঁক মৰা যেন দেখি, তেওঁৰ ভৰি নেভাঙ্গিলে; ৩৪ কিন্তু সেনাবিলাকৰ এটাই বৰচাৰে খেচি মাৰি তেওঁৰ কোষত বিন্ধি- লে; তেতিয়াই তাৰ পৰা তেজ আৰু পানী বাহিৰলৈ ওলাল। ৩৫ যি মা, নুহে ইয়াৰ প্ৰমাণ দিছে, সি আপুনি দেখিলে, আৰু তাৰ প্ৰমাণ স্বৰূপ; তোমোলাকে বিশ্বাস কৰিবৰ নিমিত্তে সি সত্য কথা কয়, তাক সি আপু- নি জানে। ৩৬ তেওঁৰ এটি হাৰে। ভগণ নহব, ধৰম পূথিৰ এই বচন সিন্ধি হবলৈ এইবিলাক কথা ঘটিল। ৩৭ আৰু বৰ অন বচনেও কৈছে, সিহঁ- তে যি জনক বিন্ধিলে, তেওঁলৈ সিহঁতে চাব। ৩৮ ইয়াৰ পাছে অৰিমথিয়া নগৰৰ যোচেফ নামেৰে যীশুৰ যি এজন শিষ্য আছিল, কিন্তু য়িহুদিবিলাকৰ ভয়ত প্ৰোটিক নহয়, সেই জনে যীশুৰ মৰা দেহ নিবলৈ পিলাতৰ আগত প্ৰাৰ্থনা কৰিলে; তাতে পিলাতে অজ্ঞা দিলে। ৩১ তেতিয়া তেওঁ গৈ যীশুৰ দেহ নিলে; আৰু যি নিক- দিম আগেয়ে ৰাতিত যীশুৰ ওচৰলৈ গৈছিলে, তেৱে আহি গন্ধ ৰসেৰে মিহলি আহৈ কুৰি শেৰ মান আগৰ চন্দন আনিলে। ৪ : এই ৰূপে সি- বিলাকে যীশুৰ দেহ লৈ য়িহুদিবিলাকৰ মৈদামত থোৱা আচাৰৰ দৰে, সেই সুগন্ধি বস্তুৰে সৈতে কাপৰেৰে মেবালে। আৰু যি ঠাইত তেওঁক পে- বেঙ্গণিত মাবিলে, তাৰ ওচৰতে এখান বাৰী আছিল; সেই বাৰীতে কোনো কালে ম শ নোথোৱা, এনে ন মৈদামে আছিল। ৪২ সেই দিন। য়িহুদি- বিলাকৰ পৰ্ষলৈ যুগুত কৰা দিন হোৱাত, সেই মৈদাম ওচৰত থকা হেতু- কে সিবিলাকে তাতে যীশুক শুয়াই থলে। ২০ অধ্যায়। পাছে সপ্তাহৰ প্ৰথম দিন অতি ৰাতি পুয়া এন্ধাৰ থকাতে মাগলিনী মাবিয়া মৈদামৰ ওচৰলৈ গৈ, মৈদামৰ মুখৰ পৰা শিল আঁতৰা দেখি, ২ লৰ মাৰি চিমোন পিতৰ অৰু যীশুৰ প্ৰিয় শিষ্যৰ ওচৰলৈ গৈ এই কথা কলে, মৈদামৰ পৰা প্ৰভুক তুলি নি, সিবিলাকে কত থৈছে, আমি তাক নেজানে। তেনেতে পিতৰ আৰু সেই অন শিষ্যে বাহিৰ ওলাই মৈদামৰ কোষলৈ গল। ৪ সিবিলাক দুয়ো একে লগে লৰ ধৰিলত অন শিষ্যে পিতৰক পাছ পেলাই, আগৈ মৈদামৰ ওচৰ পালেগৈ। ৫ তেতিয়া চাপৰি চাই, পৰি থকা কাপৰ দেখিলে, কিন্তু ভিতৰলৈ নোসো,
পৃষ্ঠা:New Testament in Assamese.djvu/২১১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই