১৯২ যোহনি। । ৪ দি আৰু যি কোনে’এ মোক দেখে, সি মোক পঁচা জনকেই দেখে। ২৬ যি কোনো মোত বিশ্বাস কৰে, সি এন্ধাৰত যেন নেথাকে, এই নি মিত্তে মই জগতলৈ পহৰ হৈ আহিছে।। ৪৭ মোৰ কথা শুনি যদি কো- নোএ বিশ্বাস নকৰে, তেও মই তাক দুষী নকৰে; কিয়নো জগতক দুষী কৰিবলৈ অহা নাই, জগতৰ লোকক পৰিত্ৰাণ কৰিবলৈহে আহিছে। ৪৮ যি কোনোএ মেকি অদৰ নকৰে, অৰু মোৰ কথাও নয়, তাক দুষী কৰে। তা অন আছে; মই যি কথা কৈছে, সেই কথাই শেষৰ দিনা তকি দুষী কৰিব। ৪১ কিয়নো মই আপোনাৰ পৰা একো নকওঁ, মই যি যি কওঁ, যি যি উপদেশ দিওঁ, মোক পঁচা পিতৃএ তাকে অজ্ঞা কৰিলে। ৫৩ অৰু তেওৰ অজ্ঞ। যে অনন্ত অয়ষ, তাকে মই জানো; এই হেতুকে মই যি কৈছো, তাক পিতৃএ যেনেকৈ অজ্ঞা কৰিলে, তেনেকৈ কও। ১৩ অধ্যায়। এই জগতৰ পৰা পিতৃৰ তলৈ আপোনাৰ যোৱা কাল ওচৰ হল, যীশু নিস্তাৰ পৰ্বৰ আগৈএ ইয়াকে জানি, জগতত থকা আপোনাৰ যি লোক- বিলাকক প্ৰীতি কৰিছিল, সেইবিলাকক শেষলৈকো প্ৰীতি কৰিলে। ২ আৰু পিতৃএ যে তেওঁৰ হাতত সকলোকে সোধাই দিলে, আৰু আপুনি যে ঈশ্ব- ৰৰ পৰা আহিছিল, আৰু ঈশ্বৰৰ ওচৰলৈ যাব, এই সকলোকে জানি, ৩ ৰাতিতে ভোজন কৰি এটালত, যি সময়ত তেওঁক লোকৰ হাতত সোধাই দিবলৈ চিমোনৰ পুতেক ইস্কৰিওতিয়া য়িহুদাৰ মনত ছয়তনে কুবুদ্ধি সুমাই দিলে, ৪ সেই সময়ত যীশুএ ভোজনৰ পৰা উঠি, গৰি কপিৰ সোলোকাই থৈ, এখন গামোচা কঁকালত বান্ধিলে। ৫ পাছে এটা চৰিয়াত পানী বাকি শিষ্যবিলাকৰ ভৰি ধুয়াই, ককালত বন্ধা গামোচাৰে মচিব ধৰিলে। ৬ তাতে চিমোন পিতৰৰ ওচৰলৈ আহিলত সি কলে, হে প্ৰভু, আপুনি মোৰ ভৰি ধুয়াব নে? ৭ যীশু উত্তৰ কৰিলে, মই যি কৰিছো, তাক এতিয়া নেজানা, কিন্তু পাছে জানিবা। ৮ তাতে পিতৰে তেওঁত কলে, আপনি মোৰ ভৰি কেতিয়াও নুধুয়াব। যীশুএ উত্তৰ কৰিলে, যদি তোমাক নুধুয়াও, তেন্তে মোৰে সৈতে তোমাৰ একো ভাগ নাই। ১ তেতিয়া চিমোন পিতৰে তেওঁক বুলিলে, হে প্ৰভু, মোৰ অকল ভৰি নহয়, হাতে। মূৰু ধুউয়া ১০ তাতে যীশু কলে, যি জনৰ গা ধুইয়া হল, তাৰ গোটেই গ। নিৰ্মল হোৱাত ভৰিৰ বা- হিৰে আন ধূব লগা নাই। তোমোলাক নিৰ্মল হল। হয়, কিন্তু আটাই, বোৰ নহয়। ১১ যি জনে তেওঁক লোকৰ হাতত সোধাই দিব, তাক তেও জানিলে; এই হেতুকে তোমোলক অটাই নিৰ্মল নোহোৱা, এই কথা কলে। | ১২ তেওঁ এই ৰূপে সিবিলাকৰ ভৰি ধুয়াই, পাছে কপিৰ লৈ আকও
পৃষ্ঠা:New Testament in Assamese.djvu/১৯৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই