১৩৬ লুক। কব, মই তোমোলকিত কৈছো, তোমোলাক কৰ মানুহ হোতা, তাক নে- জানে; হে কুকৰম কৰবিলাক, মোৰ ওচৰৰ পৰা দুৰ হেঅি]। ২৮ জেতিয়া তোমোলাকে আব্ৰাহাম, ইচকি, কেবি, আৰু ভবিস্যত বক্ত৷ সকলোকে ই স্বৰৰ ৰজি পেঅি, আৰু আপেনিবিলাকক বাহিৰ কৰা দেখিবা, তে- তিয়া ক্ৰন্দন আৰু দাত কচনি হব। ২৯ আৰু পূব, পচিম, উতৰ, দখিনৰ পৰা লোকবিলাক আহি ইস্বৰৰ ৰাজ্যত বহিব ৩০ কিন্তু দেখা, পাচ হেভি অনেক মানুহ অগি হব, আৰু আগ হোঅ অনেক মানুহ পাচ হব। ৩১ সেই দিন। কেতবিলাক ফিচিএ অহি তেঁওত কলে, তুমি গতি কৰি ইয়াৰ পৰা আঁতৰ হৈ জোঅ, কিয়নো হেৰোঁদে তোমাক বধ কৰবলৈ ইচা কৰিচে। ৩২ তাতে তেঁও সিবিলকিত কলে, তোমোলাকে গৈ সেই সিয়ালত এই কথা কব, দেখ, মই আজি আৰু কাইলৈ ভূতক খেদাও, নৰিয়াক স্বস্থ কৰে, অৰু ত্ৰিতি য় দিনত সিধি হম। ৩৩ তথাপি অৰ্জি, কাইলৈ, আৰু পৰ্দু ইলৈ মই অহা জোআ কৰিব লাগে; কিয়নো য়ি- চলমৰ বাহিৰে কোনো ভবিস্যত বক্তা বধ কৰা হব নোআৰে। ৩৪ হে ভবিস্যত বাবিলাকক বধ কৰে।তা, অৰু তোমালৈ পঁচাবিলাকক সি- লেৰে খুন্দি মাৰোতা চিলিম, য়িচালম! কুকুৰাই জেনেকৈ আপো- নাৰ পোঅলিবোৰক ডেউকাৰ তলত চপাই লই, সেই ৰুপে তোমাৰ সন্তানবিলকিকো কেতে বেলি চপাবলৈ ইচা কৰলে, কিন্তু তোমোলাকে মন নিদিলা! ৩৫ দেখা, তোমোলাকৰ ঘৰ নিৰ্জন কৰি তোমোলাকলৈ এৰা হৈছে। মই তোমোলাকিত স্বৰুপকে কৈচো, প্ৰভৰ নামেৰে জি জন অহিচে, তেঁও ধন্য, এই কথা তোমোলাকে জেতিয়ালৈকে নোবেল, তেতিয়ালৈকে মোক আৰু দেখিবলৈ নেপাবা। ১৪ অধ্য। পাচে বিসম বাৰে তেঁও প্ৰধান ফিচি এজনৰ ঘৰত ভোজন কৰি বলৈ সোমাই গলত সিহঁতে তেঁওলৈ খাপ দি চাই অচিল। ২ তেতি- য়া দেখা, এটা জলন্ধৰিয়া মানুহ তেঁওৰ আগত অচিল, ৩ তাতে য়িচুএ মতি লগাই বিধান পণ্ডিত আৰু ফিচিবিলাকত সুধিলে, বিসম বাৰে সুস্থ কৰা উচিত কম হই নে? ৪ তাতে সিহঁতে নিজম দি থকাত তেঁও সেই মানুহক লৈ স্বস্থ কৰি পঠাই দিলে। ৫ অৰু সিবিলাকত কলে, তোমোলাকৰ কাৰে এটা গাধ বা বলদ গতিত জদি পৰে, সি তাক বিসমি বাৰতো তেতিয়াই নুতুলিব নে? ৬ তাতে সিহঁতে তেঁওৰ এই কথাত একো উতৰ দিব নোৱাৰিলে।
পৃষ্ঠা:New Testament in Assamese.djvu/১৪১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই