পৃষ্ঠা:New Testament in Assamese.djvu/১৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ অধি॥ নোনা; ৫৬ কিয়নো লোকবিলাকৰ প্ৰনি নষ্ট কৰিবলৈ মানুহৰ পুত্ৰ অহ। নাই, কিন্তু ৰখ্যা কৰিবলৈহে আহিছে। পাছে সিবিলাকে অন গাঁৱলৈ গল। ৫৭ আৰু সিবিলাকে বাটত জাওতে কোনো এজন মানুহে তেঁওত কলে, হে প্ৰভু, আপুনি জলৈকে জাই, তলৈকে ময়ো আপোনাৰ পাচত জমি। ৫৮ য়িচুএ তাক বুলিলে, সিয়ালৰ গাত, অকাসৰ চৰাইৰে। বাহ অচে, কিন্তু মানুহৰ পুত্ৰৰ আপোনাৰ মুৰ থবলৈ ঠাই নাই। ৫৯ পচে তেঁও আন এজনত কলে, তুমি মোৰ পাচত আঁহা; কিন্তু সি কলে, হে প্ৰভু, প্ৰথমতে গৈ মোৰ বোপাইক পুতিবলৈ অনুমতি দিয়া। তাতে য়িচুএ কলে, মা- বিলাকে আপোনাৰ মৰীক পেতোক; কিন্তু তুমি গৈ ইসুৰৰ ৰাজ্যৰ কথা কিৰ্তন কৰা। অন এটাই কলে, হে প্ৰভু, ময়ো তোমাৰ পচে জমি, কিন্তু আগৈএ মোৰ ঘৰৰ মানুহবিলাকত বিদাই লবৰ নিমিতে তালৈ মোক জাবলৈ দিওক। ৬২ য়িচুএ তাত কলে, জি কোনো নাঙ্গলত হাত দি পাচ ফাললৈ ঘূৰি চাই, সি ইস্বৰব ৰাজ্যৰ জোগ নহই। ৬ ০ ১০ অধ্যা। এইবিলাক কথাৰ পাচে প্ৰভুএ আন সতৰি জনক নিজেজিন কৰি, অপুনি জি জি নগৰ আৰু ঠাইলৈ জাব, সেই সেই ঠাইলৈ দুজন দুজনকৈ অপো- নাৰ আগেয়ে পাচিলে। ২ তাতে তেঁও সিবিলাকত কলে, সহ সৰহ হই, কিন্তু নুআ তাক'; এই হেতুকে সহৰ মাজত আৰু বনুআবিলাকক পঠাই দিবলৈ সহৰ গৰাকিত প্ৰাৰ্থনা কৰা। ৩ তোমোলাকে জোঅ; দেখা, ৰঙ্গি কুকুৰৰ মাজত মেৰ পোআলি জেনে, তেনেকৈ তোমোলাকক পঠাইৰ্চো। ৪ তোমোলাকে আপোনাৰ লগত মেনি। বা জোলোঙ্গা বা পইজাৰ নলব। ২ আৰু বাটত কাকো নমস্কাৰ নকৰিবা। ৫ আৰু জি কোনো ঘৰত তোমো- লীকে সোমোআ, তাত প্ৰথমতে কদা, এই ঘৰলৈ কুসল হওক। ৬ জদি সেই ঘৰত কুলৰ পাত্ৰ থাকে, তেন্তে তোমোলাকে কোআ কুসল তাৰ ওপ- ৰত থাকিব; কিন্তু জদি নাই, তেন্তে সেই কুসল তোমোলাকলৈ উভতি অ- বি। ৭ অৰু সিবিলাকে জি দি, তাক ভোজন পান কৰি সেই ঘৰতে থাকিব!; কিয়নো বনুঅ লোক আপোনাৰ বেচৰ জেগ্যি হই। ঘৰে ঘৰে "৮ আৰু কোনো নগৰ সোমলত মানুহবিলাকে জদি তোমোল- কক গহন কৰে, তেন্তে তোমোলকিৰ আগত জি থোকা হৈছে, তাকে ভো- জন পান কৰা; ৯ তাত থকা নৰিয়াবিলাকক স্বস্থ কৰ, আৰু ইম্বৰ ৰাজ তোমোলাকৰ ওচৰ পালেহি, সিবিলাকত এই কথা কবা। ১০ কিন্তু কোনো নগৰ সোমলত মানুহবিলাকে জদি তোমোলাকক গ্ৰহন নকৰে, তেন্তে সেই নেজাবা।