পৃষ্ঠা:New Testament in Assamese.djvu/১১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২০ ৰগ কৰ।। ১৫ কিন্তু অৰু অধিক ৰুপে তেঁওৰ জসস্য। প্রকস হৈ গল ; তাতে তেঁওৰ কথা শুনিবলৈ আৰু তেঁওৰ দোআৰাই আপোন অাপোন ৰোগৰ পৰা স্বস্থ কৰা হবলৈ অনেক লোক সমুহ গোট খাই আহিল । ১৬ পাচে তেঁও হবি ঠাইলৈ আঁতৰি গৈ প্রার্থনা কৰিলে । ১৭ পাচে কোনো এদিনত তেঁও উপদেস দিয়াৰ কালত গালিল অাৰু য়িহু দা দেশৰ সকলো গাঁৱৰ পৰা অৰু য়িচালমৰ পৰা অহা কেতবিলাক ফিচি আৰু সাৱঁৰ অধ্যাপক তেঁওৰ ওচৰত বহি আচিল ; তেতিয়া মানুহ- বিলাকক স্বস্থ কৰিবৰ নিমিতে প্রভুব মহিমা প্রকাস হল। ১৮ তাতে দেখ, কোনো লোকে জঠৰ লগ। এটা মানুহক সজ্যাৰে সৈতে বৈ অনিলত, তাক ভিতৰলৈ নি মিচুৰ অগিত থবলৈ কৰিাৰ কৰিলে । ১৯ কিন্তু মানুহ সৰহ হোআত সিহঁতে তাক ভিতৰলৈ আনিবৰ উপাই নেপাই, ঘৰৰ ওপৰত উঠি চালে দি সৰকাই য়িচুৰ অগিত সজাই সৈতে মাজতে নমাই থলে । তেতিয়া য়িচূএ সিহঁতৰ এনে বিস্বাস দেখি সেই ৰুগিয়াত কলে, হে মানুহ, তোমাৰ পপি খেমা হল । ২১ তাতে অধ্যাপক অাৰু ফিচিবিলাকে মনতে বিবেচনা কৰিবলৈ ধৰিলে, ২২ এই জি মানুহে ইস্বৰ্ক নিন্দা কৰিচে, সি কেন? অকল ইম্বৰৰ বাহিৰে পাপ খেমা কৰিবলৈ কাৰ সক্তি অচে? ২৩ তেতিয়া য়িচূএ সিহঁতৰ এনে বিবেচনা বুজি, সিহঁতক সমিধান দি কলে, তোমোলাকে মনতে কি ভাবনা কৰিচা? তোমার পাপ খেমা হল, নাইব। তুমি উঠি ফুৰা, এই দুইৰো কোনটো বুলিবলৈ চিল২৪ কিন্তু প্রিথিবিত পাপ খেমা কৰিবলৈ মানুহৰ পুত্ৰৰ সক্তি আছে, ইয়াক তোমোলাকে জা- নিবৰ নিমিতে, তেতিয়া তেঁও জঠৰ ৰুগিয়াত কলে, তোমাৰ সজা তুলি লৈ ঘৰলৈ জোঅ, মই তোমাক এই অগ্যিা দিচেঁ । ২৫ তেতিয়াই সি অটাই- ৰে আগতে উঠি অপুনি সোঅ সজা তুলি লৈ, ইম্বক শুতি কৰি কৰি অাপোনাৰ ঘৰলৈ গল । ২৬ তাতে সকলো বিস্মই মানি ভয়েৰে সম্পূর্ন হৈ, আজি আমি আচৰিত কৰ্মকে দেখিলোঁ, ইয়াকে বুলি ইস্বৰক স্তুতি কৰিলে । ২৭ ইয়াৰ পচে রিচুএ বাহিৰে গৈ, কৰ লােআ চৰাত বহি থকা লেৱি নামে কৰ তােলা এজনক দেখি তাত কলে, মোৰ পাচত অঁহা । তিয়া সি আটাইকে এৰি উঠি তেঁওৰ পাচত গল । ২১ পীচে লেৱিএ অ- পোনাৰ ঘৰত তেঁওৰ নিমিতে বৰ ভোজ পাতিলে, তাতে অনেক কৰ তো- লাবিলাক আৰু আন আন লােকে সিবিলাকে সৈতে ভোজনত বহিল। ৩° কিন্তু অধ্যাপক আৰু ফিচিবিলাকে তেঁওৰ সিস্যবিলাকক মুখ্য মুখি কৰি কলে, কৰ তােলা অাৰু পাপি লোকে সৈতে তোমোলাকে কিয় ভো- জন পান কৰা ? ৩১ তাতে য়িচু সিহঁতক উতৰ দি কলে, নিৰুগি মানুহ- বিলাকৰ বেজ সকাম নাই; কিন্তু গিয়া মানুহৰ সকাম অচে। ২৮ তে- ৩২ মই