মাৰ্ক। ১৪ সেসত এঘাৰ জনে ভোজন কৰিবলৈ বহিলত তেঁও সিবিলাকক দেখ। দিলে, আৰু উঠাৰ পাচত তেঁওক দেখা পেঅিবিলাকৰ কথা বিশ্বাস নকৰা হেতুকে সিবিলাকৰ অবিস্বাস আৰু কঠিন মনক গৰিহন কৰিলে। ১৫ পাচে তেঁও সিবিলাকত কলে, তোমোলাকে গোটেই খন প্ৰিথিবিলৈ গৈ, সকলো প্ৰানিৰ অগিত সুভ বাত্ৰা কিতন কৰা; ১৬ তাতে জি কোনোএ বিস্বাস কৰি বুৰ দিওঅ হই, সি পৰিত্ৰান পাব; কিন্তু জি কোনো বিশ্বাস নকৰে, তাৰ দণ্ড হব। ১৭ অৰুি জিবিলাকে বিশ্বাস কৰে, সিবিলাকৰ হতু আই এই এই আচৰিত কৰম কৰা জাব; মেৰি নামেবে ভুত খেদাবি, অনি আন ভাসাৰে কথা কব; সাপক হাতত লব, অৰুি প্ৰনি মৰা কোনো বস্তু পান কৰিলেও সিবিলাকৰ একো বিঘিনি নহব; নৰিয়াবিলাকৰ গাত হাত দিলে সিবিলাক সুস্থ হব। ১৯ প্ৰভূএ সিবিলাকক এই ৰুপে অগ্যি1 দিয়াৰ পাচত স্বৰগলৈ নিয়া হৈ ইত্বৰৰ সে। হাতে বহিল। ২০ পাচে সিবিলাকে গৈ সকলো ঠাইতে কথা কিৰ্তন কৰিব ধৰিলে; আৰু প্ৰভুএ সিবিলাকৰ সহাই হৈ প্ৰকাস হোতা আচৰিত কৰমেৰে সেই কথা প্ৰমান কৰিলে। ১৮
পৃষ্ঠা:New Testament in Assamese.djvu/১০৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই