-ঘৰুৱা জীৱন- ৭৭ . যতনেৰে তুলিছিল। সৰু ডোখৰত মই তেওৰ লগত খাইছিলো, তেওঁৰ লগত শুইছিলো, আৰু তেওঁৰ অনুষ্ঠিত সকলো পুণ্যকৰ্যত উৎসাহেৰে যোগদান কৰিছিলোঁ। মাঘমহীয়া গোটেইটো মাহত মই ফোকুমোকালিতে উঠি তেওঁৰে সৈতে দিখৌত প্ৰাতঃৰান কৰিবলৈ গেছিলোঁ, কাতিমহীয়া তুলসীৰ ভেটি মছি তুলসীৰ তলত চাকি আৰু ‘আকাশ-বাতি’ দিছিলো। আমাৰ ঘৰত ৰাতি অনেক পলমকৈ পোৱাৰ দন্তৰ আছিল। আমি সৰুবোৰে এঘুমতি দিয়াৰ পিছতহে আমাক ভাত খাবলৈ জগাই তুলি অনা হৈছিল। এদিন মোৰ আয়ে মোক তুলি আনি ভাতৰ পাতত বহুৱাই দিলে; কিন্তু তেতিয়ালৈকে মোৰ চকু মেল খোৱা নাছিল। আয়ে “খা খা” কৈ মোক কৈ আছে, মই ভাতৰ কঁহীৰ ওপৰত বঢ়িয়াকৈ চেঙেলি-টোপাই আছে। তেওৰ আমনি লাগি উঠিলখ। মোৰ গলধনটোত ধৰি তেও মোক ভাতৰ পাতত হেঁচা মাৰি ধৰিলে। ওচৰতে এচৰীয়া পানীৰে সৈতে এটা মুখ-ধোৱা চষিয়া আছিল হেচাত মই ভাতৰ কাহীত নপৰি, পৰিলে। মুখ-বোেৰা খাই চৰিয়াৰ পানীত—পুহমহীয়া জাৰৰ ৰাতি। মোৰ দুৰ্দশা দেখি না তাই শৰি আহি মোৰ বাইক তেনে কাৰ্য্যৰ বাবে মধৈ ককৰ্থনা কৰি মোক তৌ-পুতৌ কৰি তুলি নি তপত পানীৰে ভালকৈ পাপা ধুৱাই গা মছি দি, চুৰিয়া পিয়াই আনি তেওঁৰ লগত ভাত খাবলৈ বহুলে; আৰু মোৰ তাইক টান দিলে,—সেইদিনাৰ পৰা যেন তেও মোক ভাত ৰাষলৈ তুলি নাৰে; বৰ ৰায়ে নিয়ে যা তেওৰ দুনী বোৰীয়েকৰ এজনীয়েহে আনিব। বৰ ককাইদেও না না না ককাইদেও গয়া, এই দুজনৰ ৰৈণীকে দুই মাখেন তেতিয়া আমাৰ যত বোৰী। নোভিত যেনেলী এভিগ তেনে ছিল। ইয়ে মোক
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৮৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই