৭৬ মোৰ জীৱন সোৱৰণ ছিল। কিছুদিনৰ পিচত ফুকন শিৱসাগৰৰ পৰা গোলাঘাটলৈ বদলি হয় আৰু বেংকৰৰ তাতে তেওঁ গবৰ্ণমেণ্টৰ চাকৰি এৰি আকৌ শিৱসাগৰলৈ উভতি আহি, “ফুকন-নগৰ” নামৰ ঠাইত বাস কৰিবলৈ ধৰে। গবৰ্ণমেণ্টৰ চাকৰি পৰিত্যাগ কৰাৰ পিছত তেওঁ ৰাজনৈতিক আন্দোলন আৰু স্বাধীন ব্যবসায়ত লাগে। ঈশ্বৰৰ কৃপাত ফুকন ডাঙৰীয়া আজিও জীয়াই থাকি শিৱসাগৰৰ মুখ পোহৰাই আছে। তেওৰ নিৰ্মল চৰিত্ৰ আৰু মিতাচাৰেই (abstemious habit) এই দীৰ্ঘ জীবনৰ গুৰি বুলি মোৰ মনত হয়। তেওৰ উদ্যম শক্তি (energy) ইমান বেছি যে, যোৱা বাছনিত তেওঁ অসমৰ “আইন সভাৰ সভ্য হবলৈ আগ বাঢ়িছিল। গোটেই অসমৰ আৰু ঘাইকৈ শিৱসাগৰ মাল অৰ্থে সকলো কাষ্যতে ফুকন ডাঙৰীয়া সদায় অগ্ৰণী। মোৰ পিতৃদেৱতাৰ দুজনা ভাৰ্যা আছিল। মোৰ মাতৃদেবী সজনা ভাষ্যা। মাতৃদেবীৰ বিষয়ে পিতৃদেৱতাই তেওঁৰ ৰচিত “বেজবৰুৱা বংশাৱলত” লেখিছে- “দ্বিতীয় বিবাহ মোৰ দিধে পৰিচয়। অনন্ত কলি বৰে যাৰ জন্ম হৈল। ত বৰপূজাৰি তাৰ নাম বৈল। পৰম বিশিষ্ট বি গুণে অতিশয়। তাৰ সুতা ঠানে বিবাহিত মই॥” আমাৰ দুইজনা আইৰ ভিতৰত অতি মধুৰ ব্যৱহাৰ আছিল। বনাই সনাক নিৰ তনীয়েকৰ নিচিনা যেন দেখিছিল, আৰু সমাইও বৰনাক আপোনাৰ বায়েকৰ নিচিনাকৈ সেৱা-ভক্তি কৰিছিল। সতিনীৰ আহত ওপৰা স্বাভাষিক হিসেবে দুজনাৰ তিত কেতিয়াও দেখা মোৰ মনত নপৰে। এই শিৱসাগৰলৈ অহা পৰা বাৰিতে মোক বোৰ যি ইতকৈ বনা আৰ যেটি
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৮৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই